• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ ক্ষতি নহ’ব বুলি কোন মুৰ্খই ক’ব? ক্ষুব্ধ দেবব্ৰত শইকীয়া

কংগ্ৰেছী নেতাৰ বিজেপি গমনক লৈ ক্ষুব্ধ বিৰোধী দলপতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2020 6:43 pm
Debabrata-Saikia_July-8

বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

736
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ শনিবাৰে অজন্তা নেওগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ আৰু অতি শীঘ্ৰে বিজেপিত যোগদান কৰিম বুলি কৰা ঘোষণাই ক্ষুব্ধ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াক।

দেওবাৰে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভিত হৈ পৰে বিৰোধী দলপতিগৰাকী।

তেওঁ কয়, ‘অজন্তা নেওগে ১৫ বছৰে কংগ্ৰেছৰ ভিতৰছোৱা যিমান জানে ময়ো ১০ বছৰে বিধায়ক হৈ সিমানে জানো। তেওঁ মুখ খোলক তাৰ পাছত মই মুখ খুলিম।‘

ইপিনে, অজন্তা নেওগ বিজেপিলৈ গ’লে কংগ্ৰেছ দলৰ বৃহৎ ক্ষতি হ’ব বুলি তেওঁ পোনপটীয়াকৈ স্বীকাৰ কৰে।

‘অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছৰ ক্ষতি নহ’ব বুলি কোন মুৰ্খই ক’ব? এটা ভোটৰ কাৰণে হাৰি যোৱাৰ উদাহৰণ আছে। চৰকাৰ গঠন নহয় বা এজন মানুহৰ এটা ভোটৰ কাৰণে কেৰিয়াৰ ধ্বংস হৈ যায়। এটা ভোটৰ কাৰণে ৰাজস্থানৰ চি পি যোশী মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে।‘ শইকীয়াই এইদৰে কয়।

ইয়াৰোপৰি, ৰাজনীতিত জনগণেই আচল বুলি উল্লেখ কৰি শইকীয়াই পুনৰ কয়, ‘অজন্তা নেওগ কংগ্ৰেছৰ পৰা গ’লে নিশ্চয়কৈ ক্ষতি হ’ব। কোনো এজন লোকে যদি কোনো এটা ৰাজনৈতিক দলৰ মতাদৰ্শক সমৰ্থন কৰে তেন্তে দলটোৰ লাভ আৰু যদি সমৰ্থন নকৰে তেন্তে দলৰ ক্ষতি।‘

আনহাতে, কংগ্ৰেছৰ দুটাকৈ পৰিষদীয় নিৰ্বাচনত বিধ্বস্তপ্ৰায় অৱস্থাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি বুলি সাংবাদিকে সোধাত তেওঁ কয়, ‘নেতৃত্ব সলনি হোৱা নোহোৱাক লৈ মন্তব্য নকৰো। এইবোৰ হাইকামাণ্ডক সুধিব।‘

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd