• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমিত শ্বাহৰ পৰা ৰাজনাথ সিঙলৈ সকলোৱে স্বীকাৰ কৰিছে ড০ মনমোহন সিঙৰ অৱদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2024 11:34 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইসময়ত বিৰোধীয়ে ‘মৌনমোহন’ বুলি ঠাট্টা কৰিছিল। বিৰোধীয়ে অভিযোগ কৰে যে,  তেওঁ এজন দুৰ্বল প্ৰধানমন্ত্ৰী হোৱাৰ বাবেই চৰকাৰে নীতিগত পক্ষাঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে। কোৱা হৈছিল, সেইবাবেই ভাৰতীয় ৰাজনীতি সৰ্বোপৰি দুৰ্নীতিৰ সাক্ষী, যিয়ে দেশৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে। কিন্তু আজি মনমোহন সিঙৰ মৃত্যুৰ পাছতো তেওঁৰ কৃতিত্বক ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণৰ মূল গঢ়োতা হিচাপে মানি ল’বলৈ কুণ্ঠাবোধ কৰা নাই বিৰোধী নেতাসকলে।

মনমোহন যুগত একেৰাহে দুৰ্নীতিৰ অভিযোগে বহুলাংশে বিজেপিৰ ক্ষমতালৈ ঘূৰি অহাৰ পথ প্ৰশস্ত কৰিছিল। এইটো সঁচা যে দুৰ্নীতিৰ বেছিভাগ অভিযোগ পাছত প্ৰমাণিত নহ’ল। কিন্তু, ৰাজনীতিবিদসকলৰ মতে, সেই সময়ৰ বিৰোধীয়ে প্ৰচাৰক ইমানেই লৈ গৈছিল যে দুৰ্নীতি আৰু ইউপিএ চৰকাৰৰ সমাৰ্থক হৈ পৰিছিল। বিশেষকৈ দ্বিতীয় ইউ পি এৰ সময়ছোৱাত মনমোহনে চৰকাৰৰ ওপৰত প্ৰধানমন্ত্ৰী হিচাপে সম্পূৰ্ণ কৰ্তৃত্ব হেৰুৱাই পেলোৱাত বিজেপিৰ নেতাসকলে প্ৰচাৰত ধুমুহাৰ সৃষ্টি কৰিছিল।

Apply Now

কিন্তু আজি বিৰোধী নেতাসকলেও স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ভাৰতীয় অৰ্থনীতি বিশ্বৰ সন্মুখত মুকলি কৰি উদাৰীকৰণৰ পথত খোজ দিবলৈ মনমোহন সিঙৰ সাহস প্ৰশংসনীয়। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নড্ডাই কয় যে মনমোহন সিঙৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ আছিল এজন দূৰদৰ্শী ৰাষ্ট্ৰনেতা আৰু ভাৰতীয় ৰাজনীতিৰ এজন উচ্চ আসনৰ ব্যক্তি। জনসেৱাৰ অসাধাৰণ জীৱনৰ সমগ্ৰ সময়ছোৱাত তেওঁ নিপীড়িত জনসাধাৰণৰ কল্যাণৰ বাবে সদায় উপস্থিত আছিল।

নব্বৈৰ দশকৰ আৰম্ভণিতে পিভি নৰসিংহ ৰাওৰ চৰকাৰত যেতিয়া তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া ভাৰতৰ অৰ্থনীতি থৰক-বৰক হৈ পৰিছিল। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত কাৰ্যতঃ শূন্যলৈ নামি আহিছিল। দেশৰ সামগ্ৰিক ৰাজনৈতিক অশান্তিৰ বাবে মূল্যবৃদ্ধি দেখা দিছিল। নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰশংসা কৰে যে এই পৰিস্থিতিত বিত্তমন্ত্ৰী হিচাপে মনমোহনে দেশ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয়, “কঠিন সময়ত দেশৰ অৰ্থনীতি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত মনমোহন সিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।” ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সদায় স্মৰণীয় হৈ থাকিব।” ৰাজনৈতিক বিৰোধিতা সত্ত্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ অৰ্থনীতি ঘূৰাই অনাৰ ক্ষেত্ৰত মনমোহনৰ মূল ব্যক্তিত্ব হিচাপে স্বীকাৰ কৰিছে। তেওঁ কয়, “মনমোহন সিং ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তি।এজন বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে পাহৰিব নোৱাৰি।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd