• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৭ বছৰে গোপনে ৰখা কৰুণ সত্যটো প্ৰকাশ কৰিলে লং জাম্পাৰ অঞ্জু ববী জৰ্জে, টুইট পঢ়ি আৱেগিক কিৰেণ ৰিজিজু, কি সেই সত্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2020 1:28 pm
a jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা কৰুণ সত্য।

যি সত্য বিগত ১৭ বছৰ ধৰি গোপনে ৰাখিছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ নাম উজলাই তোলা লং জাম্পাৰ অঞ্জু ববী জৰ্জে।

Apply Now

১৭ বছৰৰ পিছত সেই গোপন সত্য ৰাজহুৱা কৰিছে খেলুৱৈ গৰাকীয়ে।

২০০৩ চনত পেৰিছত আয়োজিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰি এই খিতাপ লাভ কৰা প্রথম ভাৰতীয় হিচাবে পৰিগণিত হোৱা অঞ্জ ববী জৰ্জে ১৭ বছৰে কঢ়িয়াই লৈ ফুৰিছে এক যন্ত্ৰণা।

Believe it or not, I'm one of the fortunate, among very few who reached the world top with a single KIDNEY, allergic with even a painkiller, with a dead takeoff leg.. Many limitations. still made it. Can we call, magic of a coach or his talent @KirenRijiju @afiindia @Media_SAI pic.twitter.com/2kbXoH61BX

— Anju Bobby George (@anjubobbygeorg1) December 7, 2020

টুইটাৰত জীৱনৰ গোপন সত্যটো সদৰী কৰি অঞ্জু ববী জৰ্জে লিখিছে —‘বিশ্বাস কৰক বা নকৰক,মই বহু কম ভাগ্যৱানৰ ভিতৰৰে এগৰাকী যিয়ে কেৱল এটা কিডনীলৈয়েই বিশ্ব খিতাপ জয় কৰিছো।বিষনাশক দৰৱৰ প্ৰতিও মই এলাৰ্জীক হৈ পৰিছিলো…’

কেৱল এটা কিডনীৰে জীয়াই থাকিবলগীয়া হোৱা বাবে খেলুৱৈ গৰাকীয়ে যি যাতনা ভোগ কৰিবলগীয়া হৈছিল সেই কথা টুইটটোৰ কেইটামান শব্দই স্পষ্ট কৰি দিছে।

Anju, it's your hard work, grit and determination to bring laurels for India supported by the dedicated coaches and the whole technical backup team. We are so proud of you being the only Indian so far to win a medal in the World Athletic Championship! https://t.co/8O7EyhF2ZC pic.twitter.com/qhH2PQOmNe

— Kiren Rijiju (@KirenRijiju) December 7, 2020

সাধাৰণ দৰৱ খালেও তেওঁ অসুস্থ হৈ পৰিছিল।

যেতিয়াই তেতিয়াই হৈ পৰিছিল অজ্ঞান।

কিন্তু এনে শাৰীৰিক বাধাৰ কথা বিগত সোতৰে বছৰে তেওঁ কাকো জানিবলৈ দিয়া নাছিল।এই বাধাক নেওঁচি তেওঁ বিশ্ব জয় কৰিছিল।

আজুৰি আনিছিল ভাৰতৰ বাবে সন্মান।অঞ্জু ববী জৰ্জৰ এই টুইটে দেশবাসীক মৰ্মাহত কৰাৰ লগতে হৃদয় জোকাৰি গৈছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰো।

অঞ্জু ববীৰ টুইটৰ উত্তৰত ৰিজিজুৱে এইবুলি লিখিছে — ‘অঞ্জু এয়া তোমাৰ পৰিশ্ৰম,দৃঢ়তাআৰু সংকল্পৰ ফল। তোমাৰ কোচিং টিমৰ বাবেও এয়া সম্ভৱ হৈ উঠিছে। আমি তোমাকলৈ গৰ্বিত’।

এটা সাক্ষাৎকাৰ অঞ্জুৱে কৈছে যে ২০০১ চনতে তেওঁৰ দেহত কেৱল এটা কিডনী সক্ৰিয় হৈ থকাৰ কথা তেওঁ জানিব পাৰিছিল।

কিন্তু কেৱল মাত্ৰ দেশবাসীৰ মৰম তথা আশীৰ্বাদ শিৰতলৈ তেওঁ আগুৱাই গৈছিল।প্চণ্ড মনোবলেৰে অসাধ্যকো সাধ্য কৰি তুলিব পাৰি তাৰ প্ৰমাণ দাঙি ধৰিছে অঞ্জুৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd