• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলৰ জনজাতিৰ সহযোগত মীনাই গঢ়ি তুলিছে এখন ব্যতিক্ৰমী পক্ষী উদ্যান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2020 3:36 pm
bugun

ঈগলনেষ্ট বন্যপ্ৰাণী উদ্যান, অৰুনাচল, ফ'টো সৌজন্য- ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নীমা  গ্ল’উ। অৰুনাচলৰ এগৰাকী অতি সাহসী মহিলা  প্ৰকৃতিবিদ। তেওঁৰ প্ৰচেষ্টাতে চিংচুং গাঁৱত গঢ়ি উঠিছে এখন পক্ষী উদ্যান। যিখনলৈ বিশ্বৰ প্ৰকৃতিবিদ সকলৰ দেখা যায় প্ৰৱল আগ্ৰহ আৰু কৌতূহল।

মিলাও টিজাৰ নামৰ এজন অৰুণাচল বন বিভাগৰ এজন সংমণ্ডল বিষয়াই প্ৰথম তাইক দিছিল এই প্ৰস্তাৱ।

Apply Now

টিজাৰে অৰুণাচলৰ চিংচুং গাঁৱত এখন সামূহিক বনানি তথা পক্ষী উদ্যান গঢ়াৰ এটা প্ৰস্তাৱ আগবঢ়ায়। ব’গান লিঅ’চিচা পক্ষীৰ উদ্যান।

কিন্তু সেই গাঁৱৰ অনসূচীত জনজাতীয় গাঁৱবাসীয়ে সেই প্ৰস্তাৱ মানিব ল’ব পৰা নাছিল। তেওঁলোকে ভাবিছিল যে ইয়াৰ দ্বাৰা তেওঁলোকৰ মাটিৰ অধিকাৰ হৰণ কৰা হ’ব।

মীনাই সংকল্প ল’লে যে স্থানীয় জনজাতীয়সকলক লগত লৈ তেওঁ ব’গান লিঅ’চিচা পক্ষী উদ্যানখন গঢ়ি তুলিবই। এই প্ৰচেষ্টা কিন্তু ইমান সহজ নাছিল মীনাৰ কাৰণে। ব’গান লিঅ’চিচা সংৰক্ষণৰ বাবে ই আছিল অতিশয় প্ৰয়োজনীয় পদক্ষেপ। সেয়ে মীনাই অহোপুৰুষাৰ্থ কৰি স্থানীয় জনজাতিসকলক সন্মত কৰালে।

তাৰ পিছত ব’গান লিঅ’চিচা সংৰক্ষণৰ কাম আৰম্ভ কৰিলে তাত। নাম ঈগলনেষ্ট বন্যপ্ৰাণী উদ্যান।

তেজপুৰ পৰা ১৩০ কিলোমিটাৰৰ দৰত্বত অৰুনাচলৰ ৱেষ্ট কামেং জিলাত এই ঈগলনেষ্ট বন্যপ্ৰাণী উদ্যান অৱস্থিত। ২১৭ বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই উদ্যানখনত বিভিন্ন বন্য প্ৰাণী থাকিলেও ই বিশেষ ভাৱে পৰিতিচি লাভ কৰিছে ব’গান লিঅ’চিচাৰ বাবে।

উল্লেখ্য যে  ১৯৯৫ চনত প্ৰথমবাৰ প্ৰকৃতিবিদ ৰমন এথ্ৰেয়াই ব’গান লিঅ’চিচা নামৰ অতিশয় ধুনীয়া আৰু ভাৰতৰ দুষ্পাপ্য এই পক্ষাবিধ আৱিস্কাৰ কৰিছিল। আৰু ২০০৬ চনত এই পক্ষীবিধৰ নাম ব’গান লিঅ’চিচা ৰখা হৈছিল। এই আৱিস্কাৰ আছিল ভাৰতীয় প্ৰকৃতি ইতিহাসৰ বাবে অতি উল্লেখযোগ্য পৰিঘটনা।

এথ্ৰেয়াই এই পক্ষীবিধৰ সংখ্যা গণনা কৰিবলৈ ধৰিলে। এই গণনাত ৩০০০ পক্ষী পোৱা গৈছিল। আৰু ইয়াৰ সংৰক্ষণৰ বাবেই পিছথ মানীই এই উদ্যানখন আৰম্ভ কৰাৰ প্ৰচেষ্টা লয়।

সেই প্ৰচেষ্টাৰ অংশ হিচাপেই ২০১৩ চনত উক্ত অঞ্চলত এই পক্ষী উদ্যানখন গঢ়ি তুলিলে মীনাই স্থানীয় জনজাতিসকলৰ সহযোগত। মীনাই অনুভৱ কৰিছিল যে স্থানীয় লোকৰ সহযোগ অবিহনে এই প্ৰচেষ্টা অসম্ভৱ।

অৱেশ্য মীনাক এই ক্ষেত্ৰত অৰুনাচল বনবিভাগে সহযোগ কৰিছিল।

স্থানীয় জনজাতীসকলৰ প্ৰচেষ্টাত এই উদ্যানখন খুব সময়ৰ ভিতৰতে ইক’টুৰিজিমৰ মুখ্য আকষৰ্ণৰ কেন্দ্ৰ হৈ পৰিছে। অৱশ্যে এই ক্ষেত্ৰত অৰুনাচল চৰকাৰেও সহযোগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd