• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সংকটত নেকি আমাৰ গণতন্ত্ৰ?’ নৰ্থইষ্ট নাওৰ অষ্টম বৰ্ষপূৰ্তি উপলক্ষ্যে বিশিষ্ট অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰৰ বক্তৃতানুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 11:35 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীস্থিত উত্তৰ পূৱ ভাৰতৰ অন্যতম দ্বি-ভাষিক স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান নৰ্থইষ্ট নাও-এ অহা ১৫ ডিচেম্বৰত অষ্টম বৰ্ষত ভৰি দিব। ২০১৭ চনৰ ১৫ ডিচেম্বৰত প্ৰতিষ্ঠা লাভ কৰা নৰ্থইষ্ট নাও-এ যোৱা সাতটা বছৰে ইংৰাজী আৰু অসমীয়া ভাষাত নিৰ্ভীক, তথ্যপূৰ্ণ বাতৰি পৰিৱেশন কৰি নিজস্ব পৰিচয় গঢ়ি তুলিছে।

বিগত সাতটা বৰ্ষত স্বতন্ত্ৰ সংবাদ মাধ্যম হিচাপে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে নৰ্থইষ্ট নাও-এ। প্ৰত্যাহ্বান নেওচি অষ্টম বৰ্ষত ভৰি দিয়া নৰ্থইষ্ট নাও-এ অষ্টম বৰ্ষপূৰ্তি উলপলক্ষ্যে দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডমিৰ প্ৰেক্ষাগৃহত ‘সংকটত নেকি আমাৰ গণতন্ত্ৰ’ শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে।

Apply Now

সোমবাৰে (১৫ ডিচেম্বৰ) বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব দেশৰ বিশিষ্ট অৰ্থনীতিবিদ, ৰাজনৈতিক বিশ্লেষক, লেখক পৰকলা প্ৰভাকৰে। বক্তৃতাৰ পিছৰ প্ৰশ্নোত্তৰ শিতানত উপস্থিত দৰ্শকে তেওঁক বক্তৃতাৰ সংক্ৰান্তীয় প্ৰশ্ন কৰিব পাৰিব।

‘দ্য ক্ৰুকড টিম্বাৰ অৱ নিউ ইণ্ডিয়া– এছে অন এ ৰিপাব্লিক ইন ক্ৰাইচিছ’ নামৰ বহু চৰ্চিত গ্ৰন্থখনৰ লেখক পৰকলা প্ৰভাকৰ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অৰ্থনীতি বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি বিশ্বৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান লণ্ডন স্কুল অৱ ইক’নমিক্সৰ পৰা অৰ্থনীতিত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

তেওঁ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ যোগাযোগ উপদেষ্টা হিচাপে কেবিনেট মৰ্যাদাৰে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰভাকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক নীতিসমূহৰ ভুল ত্ৰুটিবোৰ তথ্যপাতিৰে ফঁহিয়াই বিৰোধ কৰি আহিছে।

বিশিষ্ট অৰ্থনীতিবিদ, ৰাজনৈতিক বিশ্লেষক পৰকলা প্ৰভাকৰৰ বক্তৃতানুষ্ঠানত আগ্ৰহীসকলক উপস্থিত থাকিবলৈ সংবাদ প্ৰতিষ্ঠানটোৱে এই বিবৃতিযোগে নিমন্ত্ৰণ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd