• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একালৰ বৃন্দাবন,একালত পৰে চন; বংগত বামপন্থী শিবিৰৰ শোচনীয় পৰাজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2024 5:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪জুনত ঘোষণা কৰা হ’ল ‘২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফল৷দবশৰ মূল বাওঁপন্থী দল – ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই) আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সিষ্ট)এ কেৰেলা, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা মাত্ৰ এখনহে আসন লাভ কৰে। কেৰালাৰ আলাথুৰ সংসদীয় সমষ্টিত চিপিআই(এম)এ জয়লাভ কৰে।

ৰাজ্যখনৰ বাওঁ গণতান্ত্ৰিক ফ্ৰণ্ট (এল ডি এফ) শাসকীয় মিত্ৰজোঁট হিচাপে পৰিগণিত হোৱা কেৰালাত চি পি আই (এম)ৰ প্ৰাৰ্থী কে ৰাধাকৃষ্ণনে ২০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ বহু হেভীৱেইট প্ৰাৰ্থী যেনে ৰাজ্যৰ প্ৰাক্তন বিত্তমন্ত্ৰী থমাছ আইজাক আৰু ৰাজ্যৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কি শৈলাজা পৰাস্ত হয়। কিন্তু বাওঁপন্থী দলসমূহে প্ৰায় ৩২% ভোটৰ অংশীদাৰিত্ব লাভ কৰে, যিটো ভাৰতীয় জনতা পাৰ্টিৰ ১৬.৭% ভোটৰ অংশীদাৰিত্বৰ প্ৰায় দুগুণ৷

২০১১ চনত তৃণমূল কংগ্ৰেছে পৰাস্ত কৰাৰ পূৰ্বে প্ৰায় ৩৪ বছৰ ধৰি দলটোৱে শাসন কৰা পশ্চিম বংগত চি পি আই (এম) আৰু ইয়াৰ অংশীদাৰসকলে লোকসভা নিৰ্বাচনত সমগ্ৰ ৰাজ্যখনত মাত্ৰ প্ৰায় ৫% ভোটহে লাভ কৰে। প্ৰথম প্ৰজন্মৰ ভোটাৰৰ কাষ চাপিবলৈ চি পি আই (এম) বহু ছাত্ৰ আৰু যুৱ নেতাক থিয় কৰাইছিল যদিও ৪২খন লোকসভাৰ কেইবাখনো আসনত দলটো তৃতীয় স্থানতহে থাকে।

Apply Now

ত্ৰিপুৰাত বাওঁপন্থী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাস্ত কৰি লোকসভাৰ দুখন আসনত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে। ৰাজ্যত ২০১৯ চনৰ পাছত লোকসভা নিৰ্বাচনত গেৰুৱা দলৰ এয়া দ্বিতীয়টো জয়। পশ্চিম ত্ৰিপুৰা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী বিপ্লৱ কুমাৰ দেৱে কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাক পৰাস্ত কৰাৰ লগতে পূৱ ত্ৰিপুৰা সমষ্টিত বিজেপি প্ৰাৰ্থী কৃতি দেৱী দেববৰ্মনে চিপিআইএমৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ ৰেয়াঙক পৰাস্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd