• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ জনবিৰোধী বাজেট; শিৱসাগৰত বাওঁ গণতান্ত্ৰিক মঞ্চৰ গণ বিক্ষোভ কাৰ্যসূচী 

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
February 17, 2020 5:16 pm
Protest at Sivsagar

শিৱসাগৰৰ বিক্ষোভ কাৰ্য্যসূচীৰ দৃশ্য

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ বাঁও গণতান্ত্ৰিক মঞ্চৰ অংশীদ্বাৰ দল সমূহে বিভিন্ন দাবীৰে গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ ২০২০-২১ বৰ্ষৰ বাজেটত থকা কেতবোৰ নীতিক জনবিৰোধী নীতি বুলি অভিযোগ কৰি দেশৰ বাঁও দলসমূহে ১২ ফেব্ৰুৱাৰিৰ পৰা ১৮ ফেব্ৰুৱাৰিলৈ সমগ্ৰ দেশত এলানি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে।

Apply Now

এই প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপেই শিৱসাগৰত গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰত্যহাৰ কৰা, ভাৰতীয় জীৱন বীমা নিগমকে ধৰি বিভিন্ন ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণৰ বিৰোধিতা, নিৱনুৱা সমস্যা সমাধান, শ্ৰমিকৰ নিম্নতম মজুৰি ২১,০০০ টকা ধাৰ্য্য, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা, খাদ্যৰ ক্ষেত্ৰত ৰাজসাহায্য, কৃষি আৰু মৎস্য উৎপাদনকে ধৰি কৃষিৰ লগত জড়িত বিষয় সমূহ,  এম জি এনেৰেগা,  সমাজ কল্যাণ,  নগৰোন্নয়ন, স্বাস্থ্য আদি গুৰুত্বপূৰ্ণ শিতান সমুহত ব্যাপক হাৰত চৰকাৰী ব্যয় সংকোচনৰ নীতি বন্ধ কৰি অন্ততঃ পূৰ্বৰ হাৰত ধনৰ আবন্টন বাহাল ৰখা আদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে বাওঁ গণতান্ত্ৰিক মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত চি পি আই শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক কনক গগৈয়ে কয়,  কেন্দ্ৰীয় চৰকাৰে সংবিধান বিৰোধী যি সাম্প্ৰদায়িক ‘কা’ আনিছে, এই কলা আইনখন তৎকালে বাতিল কৰিবলৈ দাবী জনাছো।

যদি বিজেপি আৰ এছ এছৰ ভাৰতীয় সংবিধানৰ গণ্ডীত থাকি দেশ চলাবলৈ ইচ্ছা নাই তেন্তে তেওঁলোকে পদত্যাগ কৰক বুলিও মন্ত্যব্য কৰে কনক গগৈয়ে।

তেওঁ লগতে ভাৰতবৰ্ষই পাকিস্তানৰ মডেল লোৱাৰ প্ৰয়োজন নাই। আমাৰ দেশত সংবিধান মতে যি ধৰ্ম নিৰপেক্ষ নীতিত দেশ পৰিচালিত হৈ আছে সেই সংবিধানৰ ভিত্তিতেই পৰিচালিত হ’ব লাগে বুলি কয়।

‘‘আৰ এছ এছ মানেই আমাৰ দেশৰ সংসদ নহয়, বিজেপি মানেই ভাৰতবৰ্ষ নহয়, আৰ এছ এছৰ মনোস্মৃতি মানেই আমাৰ দেশৰ সংবিধান নহয়। গতিকে তেওঁ লোকে অসম বিৰোধী, সংবিধান বিৰোধী এই জাতিধ্বংশী আইন অতিসীঘ্ৰে বাতিল কৰক, অন্যথা তেওঁ লোকে পদত্যাগ কৰক বুলি মন্তব্য কৰে চি পি আইৰ নেতাগৰাকীয়ে।

গণ বিক্ষোভ কাৰ্য্যসূচীত চি পি আই(এম)ৰ সাধাৰণ সম্পাদক নিৰঞ্জন চেতিয়া, আৰ চিপিআইৰ সাধাৰণ সম্পাদক অৰুণ গগৈকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd