• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC-ৰ পৰা নাম বাদ পৰা “বিশেষ শ্ৰেণী”লৈ চৰকাৰৰ বিনামূলীয়া আইনী সেৱা

নাম বাদ পৰা প্ৰত্যেকৰ বাবে চৰকাৰী খৰচত অধিবক্তা নিযুক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 14, 2019 10:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ পৰা নাম বাদ পৰা “বিশেষ শ্ৰেণী” কিছুমানৰ অন্তৰ্গত লোকসকলক অসম চৰকাৰৰ আইনী সেৱা প্ৰাধিকাৰীয়ে বিনামূলীয়া আইনী সেৱা আগ বঢ়াবলৈ সিদ্ধান্ত কৰিছে।

মহিলা, ১৮ বছৰৰ তলৰ ল’ৰা-ছোৱালী আৰু দিব্যাংগৰ লগতে অনুসূচিত জাতি-জনজাতিয়ে এই বিনামূলীয়া আইন সেৱা লাভ কৰিব আৰু জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ইয়াৰ দায়িত্ব ল’ব।

Apply Now

মহানগৰীৰ পল্টন বজাৰস্থিত আৰক্ষী ছাউনিত কামৰূপ মহানগৰ জিলা আইন প্ৰাধিকৰণ বিষয়া জোৎস্না দাস আৰু আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ৰ কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ মাজত হোৱা আলোচনাৰ অন্তত আজি এই কথা ঘোষণা কৰা হয়।

“নাম অন্তৰ্ভুক্ত নোহোৱাসকলক যদি বিনামূলীয়া আইন সেৱাৰ প্ৰয়োজন হয় জিলা আইন সেৱা প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। ইয়াৰ কাৰ্য্যালয় সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদতে অৱস্থিত। বিনামূলীয়া আইন সেৱা লাভ কৰিবৰ বাবে তেওঁলোকে এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব”, সংবাদ মাধ্যমৰ আগত এইদৰে কয় জোৎস্না দাসে।

তেওঁ লগতে কয়, “মহিলা আৰু শিশুৰ বাবেও উপলব্ধ হ’ব এই আইনসেৱা। লগতে যিসকল লোকৰ বছৰি আয় ৩ লাখতকৈ কম, সেইসকলেও এই বিনামূলীয়া আইন সেৱা লাভ কৰিব। অনুসূচিত জাতি-জনজাতিৰ লোকৰ পুৰুষৰ ক্ষেত্ৰত বছৰি আয়ৰ কথা নাহে, তেওঁলোকৰ বাবে আইন সেৱা বিনামূলীয়া হ’ব। জেইলত থকা কয়দী, দিব্যাংগ লোকেও জিলা আইন সেৱা প্ৰাধিকাৰীৰ পৰা বিনামূলীয়া আইন সেৱা লাভ কৰিব।”

নাম বাদ পৰাসকলৰ প্ৰত্যেকৰে বাবে একোজনকৈ অধিবক্তা নিয়োগ কৰা হ’ব বুলি সদৰী কৰি দাসে কয় “কোনোধৰণৰ মাচুল নোলোৱাকৈ অধিবক্তাসকলে নাম বাদ পৰাসকলক সহায় কৰিব। জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা অধিবক্তাৰ মাচুল বহন কৰা হ’ব”।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd