DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নিজৰ ইচ্ছানুসাৰে কন্যাসকলক জীয়াই থাকিবলৈ দিয়ক: চৰ্চাত মিছ ইউনিভাৰ্ছ হাৰনাজ সান্ধু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 28, 2022 6:31 pm
Harnaaz Sandhu
189
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ দেশজুৰি উত্তাল হৈ থকা হিজাব বিতৰ্কত কিয় কেৱল ছোৱালীক লক্ষ্য কৰি লোৱা হৈছে?- এই প্ৰশ্ন উত্থাপন কৰিছে ২০২১ বৰ্ষৰ মিছ ইউনিভাৰ্ছ হাৰনাজ চান্ধুৱে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মিছ ইউনিভাৰ্ছগৰাকীয়ে কয় যে ছোৱালীয়ে কি পিন্ধিব, সেয়া তেওঁলোকৰ নিজৰ ইচ্ছাৰ কথা।

মিছ ইউনিভাৰ্ছগৰাকীৰ এই মন্তব্যৰ ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। যোৱা ১৭ মাৰ্চৰ এটা অনুষ্ঠানত তেওঁ এই মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত দেখা পোৱা মতে, সমাজৰ বিভিন্ন বিষয়ত কেৱল ছোৱালীক লক্ষ্য কৰি লোৱাৰ ওপৰতো মিছ ইউনিভাৰ্ছগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

তেওঁ কয় যে ছোৱালীবিলাকক নিজৰ মতে থাকিবলৈ দিয়া উচিত। আনকি হিজাব নিষিদ্ধৰ বিষয়টোতো তেওঁক কিয় সুধা হৈছে বুলি প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰিছে।

বিষয়টো লৈ দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে মিছ ইউনিভাৰ্ছগৰাকীৰ এই মন্তব্যই ব্যাপক তাৎপৰ্য বহন কৰিছে।

পোনপটীয়াকৈ উত্তৰ নিদি কৌশলী মন্তব্যৰে তেওঁ নিজৰ প্ৰগতিশীল মনোভাৱৰ পৰিচয় দিয়া বুলি ক’ব পাৰি।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd