• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ‘থ্ৰীমছ’ত সৰ্প দংশনৰ চিকিৎসাত গাফিলতি: মানৱ অধিকাৰ উলংঘনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2025 2:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ দুইমুখত সৰ্প দংশনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ব্যাপক গাফিলতি আৰু অনিয়মৰ কথা পোহৰলৈ আহিছে। এই সন্দৰ্ভত ৰাজ্যখনৰ বৃহৎ চৰকাৰী চিকিৎসালয় তথা মেডিকেল কলেজ “ট’ম ৰিবা ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল চাইন্স হস্পিটেল” চমুকৈ ‘থ্ৰীমছ’ত মঙলবাৰে উপস্থিত হয় দেশৰ অন্যতম অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়া।

উল্লেখযোগ্য যে বিগত ১৭ জুলাইৰ পুৱতিনিশা ৰাজেন জ্ঞাদী নামৰ এজন যুৱকক সৰ্পই দংশন কৰে আৰু দংশন কৰাৰ কেইমিনিটমানৰ পিছতে যুৱকজন নাহৰলগুনস্থিত ট’ম ৰিবা চিকিৎসা মহাবিদ্যালয়ত (থ্ৰীমছ) উপস্থিত হয়। উপস্থিত হোৱা পিছত জৰুৰীকালীন কৰ্তব্যৰত উপস্থিত থকা চিকিৎসকে জীৱন দায়নী ঔষধ, সৰ্প দংশনত প্ৰয়োগ কৰা এণ্টি স্নেক ভেনম  চিকিৎসালয়ত মজুত নথকাৰ বাবে এখন উকা কাগজৰ টুকুৰাত এটি ইঞ্জেকচনৰ নাম লিখি যুৱকজনৰ হাতত অৰ্পন কৰে।

Apply Now

গভীৰ নিশা নাহৰলগুনৰ পৰা ইটানগৰলৈ যুৱক জনৰ পৰিয়ালৰ লোকে ইঞ্জেকচন বিচাৰি হাবাথুৰি খাই অৱশেষত  ইটানগৰস্থিত ৰামকৃষ্ণ মিশ্যন হস্পিটেল চৌহদৰ পৰা পাঁচটাকৈ “এন্টি স্নেক ভেনম” তিনি হেজাৰ এশ  ওঠৰ টকাত ক্ৰয় কৰি আনি ট’ম ৰীবা চিকিৎসা মহাবিদ্যালয়ত জমা দি ১৭ জুলাইৰ পুৱা চাৰে চাৰি বজাৰ পৰা চিকিৎসা গ্ৰহণ কৰে। মানৱাধিকাৰ উলংঘনৰ এই গুৰুতৰ ঘটনাৰ খবৰ পাই ৰাষ্ট্ৰীয় মহাসংঘ মানৱ অধিকাৰ পৰিষদৰ জ্যেষ্ঠ উপ সভাপতি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সামাজিক কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ দুইমুখৰ নিৰ্যাতিত যুৱক জনৰ কাষত উপস্থিত হৈ ঘটনাৰ বুজ লয়। ইয়াৰ পাছত তেওঁ একালৰ জনপ্ৰিয় ৰাজনীতিবিদ ট’ম ৰীবাৰ নামত থকা চিকিৎসালয় ‘থ্ৰীমছ’ত গৈ ঘটনাৰ সবিশেষ মুখ্য অধীক্ষক দুখুম ৰাইনাৰ পৰা জানিব বিচাৰত  তেওঁ ঘটনাৰ দিনা সঁচাকৈ জীৱন দায়িনী এন্টি স্নেক ভেনম চিকিৎসালয়ত মজুত নাছিল  আৰু তলৰ কৰ্মচাৰীয়ে তেওঁক উক্ত এণ্টি স্নেক ভেনম মজুত নথকাৰ কথা জনোৱা নাছিল বুলি কয়। ডাক্তৰ ৰাইনাই লগতে জনাই যে দংশন কৰা সৰ্পটো অবিষাক্ত আছিল আৰু অৰুণাচল প্ৰদেশত সৰ্প দংশনৰ চিকিৎসা কৰিব পৰা কোনো প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসা কৰ্মী নাই। এতিয়া প্ৰশ্ন হ’ল যে দেশৰ প্ৰতিখন ৰাজ্যৰ সৰু বৰ চিকিৎসালয়তে এন্টি স্নেক ভেনম মজুত ৰখাটো স্বাস্থ্য বিভাগৰ প্ৰাথমিক দায়িত্ব। কিন্তু এনে ক্ষেত্ৰত কিয় থ্ৰীমছ চিকিৎসালয়ে এন্টি স্নেক ভেনম মজুত ৰখা নাছিল? চিকিৎসকৰ মতে যদি দংশন কৰা সৰ্পটো অবিষাক্ত আছিল তেতিয়া কিয় পাঁচটাকৈ এন্টি স্নেক ভেনমৰ ইনজেকচন প্ৰদান কৰা হ’ল? চৰকাৰী চিকিৎসালয়ত এনেধৰণৰ চিকিৎসা সুলভ আৰু বিনামূলীয়া হোৱাৰ পিছতো কিয় ৰোগীয়ে হাৰাশাস্তি পাব লগা হ’ল? কিয় থ্ৰীমছৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকল এনেধৰণৰ জৰুৰীকালীন চিকিৎসাৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত নহয়?

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগে কিয় প্ৰশিক্ষণৰ ব্যবস্থা কৰা নাই? এনে ধৰণৰ নানান প্ৰশ্ন উত্থাপন কৰিছে আন্তৰাষ্ট্ৰীয় খ্যাতিপ্ৰাপ্ত তথা আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয়  মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই। এই স্পৰ্শকাতৰ বিষয়টো অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্দুক হস্তক্ষেপ কৰি অনাগত দিনত এনে অনাহত পৰিস্থিতিৰ সন্মুখীন যাতে ৰাজ্যখনৰ সাধাৰন নাগৰিক নহয় তাৰ প্ৰতি উচিত পদক্ষেপ লবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে অন্ধবিশ্বসৰ বিৰুদ্ধে আৰু সৰ্প দংশনৰ চিকিৎসাৰ প্ৰতি সাধাৰন নাগৰিকক সজাগ কৰাৰ লগতে  অসমৰ প্ৰায় সমূহ চৰকাৰী চিকিৎসালয়ত সৰ্প দংশনৰ সুলভ চিকিৎসা ব্যবস্থা কৰিবৰ বাবে অসম চৰকাৰক দাবী জনাই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ মানৱাধিকাৰ তথা সমাজ কৰ্মী হ’ল ড০ দিব্যজ্যোতি শইকীয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd