• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিনাকি ফোন নম্বৰৰ পৰা আচাৰ্য পংকজ পাঠকক হত্যাৰ ভাবুকি

পত্নীক সাঙুৰি অশ্লীল গালি-গালাজ পাঠকক, সোণাপুৰ থানাত গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 25, 2019 4:50 pm
Pankaj Pathok

আচাৰ্য পংকজ পাঠক। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ সোণাপুৰৰ আচাৰ্য পংকজ পাঠকক হত্যাৰ ভাবুকি দিছে কোনো দুৰ্বৃত্তই। ফোন যোগে হত্যাৰ ভাবুকি প্ৰদান কৰিছে পাঠকক।

ঘটনা সন্দৰ্ভত পংকজ পাঠকে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক কয় যে যোৱা ২১ জুলাইৰ নিশা ১১:১৫ বজাত তেওঁলৈ এক অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল। ফোনতে অচিনাকি মাতৰ এজন লোকে পাঠকক হত্যা কৰিম বুলি ভাবুকি দিয়াৰ লগতে অশ্লীলভাবে গালি-গালাজ কৰিছিল।

Apply Now

“মই কোনো লোকে মদ খাই তেনেকৈ দম দিয়া বুলি ভাবিছিলো। সেইকাৰণে ফোনটো সংযোগ বিছিন্ন কৰি থলো। কালি নিশা ১১:৫৩ বজাত পুনৰ মোলৈ একেটা নম্বৰৰ পৰা ফোন আহিছিল। প্ৰথমবাৰ ৰিচিভ কৰাত মোক পুনৰ আগৰ দৰেই হত্যাৰ ভাবুকি দিয়ে। মই ফোনটো কাটি দিছিলো আৰু তিনি চাৰিবাৰ ফোন কৰিছিল যদিও ৰিচিভ নকৰিলো। পাছত মোক মেছেজৰ জৰিয়তে পুনৰ হত্যাৰ ভাবুকি দিয়াৰ লগতে মোৰ পত্নী আৰু সন্তান দুটিক সাঙুৰি অশ্লীল শব্দ প্ৰয়োগেৰে গালি পাৰিছিল”,- আমাৰ সাংবাদিকৰ আগত এইদৰে কয় পাঠকে।

আজি পুৱাৰ ভাগত পাঠকে সোণাপুৰ থানাত এক এজাহাৰ দাখিল কৰে। অৱশ্যে আৰক্ষীৰ তদন্তৰ স্বাৰ্থত তেওঁ ফোন নম্বৰটো দিয়াৰ পৰা বিৰত থাকে।

কবিৰাজী চিকিৎসাৰ দিহা-পৰামৰ্শ প্ৰদান কৰি অহা আচাৰ্য পংকজ পাঠক ৰাজ্যখনত জনপ্ৰিয় হৈ পৰিছিল আৰু তেওঁ লিখা বনৌষধি সম্পৰ্কীয় গ্ৰন্থই বিশেষ সমাদৰ তথা জনপ্ৰিয়তা লাভ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

আফগানিস্তানৰ বিৰুদ্ধে পুনৰ জিলিকিল অধিনায়ক শুভমন গিল, একেলগে শতক অৰ্জন ঈশান কিষাণৰ

June 17, 2026 5:07 pm
পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

June 17, 2026 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd