• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমলা হেৰিছৰেই নহয়, জো বিডেনৰো আছে ভাৰতত আত্মীয়; ক’ত, কেনেদৰে আছে তেওঁলোক?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2020 7:36 am
rs_1024x759-200811133021-1024-kamala-harris-joe-biden.cm.81120

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনে বিশেষকৈ ভাৰতীয়সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভাৰতীয়সকলক গৰ্বিত কৰি আমেৰিকাৰ প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে কমলা হেৰিছ।

ডেম’ক্ৰেটসকলৰ শাসনত সেয়েহে ভাৰতে বিশেষ গুৰুত্ব পোৱাৰো আশা কৰিছে।

Apply Now

কিন্তু বহুতেই নাজানে যে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতেও ভাৰতৰ সম্পৰ্ক আছে।

আজিৰ পৰা বহুকেইবছৰ পূৰ্বে আমেৰিকাৰ ছিনেটৰ হিচাপে নিৰ্বাচিত হোৱা বিডেনক মুম্বাইৰ পৰা বিডেন উপাধিধাৰী কেইইবাজনো লোকে পত্ৰ পঠিয়াইছিল।

তাৰ পাছত জানিব পৰা গৈছিল যে মুম্বাইত এতিয়াও বিডেন উপাধিধাৰী পাঁচগৰাকী লোক বসবাস কৰি আছে।

২০১৩চনত জো বিডেন মুম্বাইলৈ আহোতে তেওঁ  কৈছিল যে মুম্বাইত তেওঁৰ দূৰ সম্পৰ্কীয় আত্মীয় আছে।

৭৭বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীক লৈ এতিয়াও মুম্বাইৰ কোনোৱে বিডেনৰ আত্মীয় বুলি দাবী কৰা নাই। কিন্তু মুম্বাই অহাৰ দুবছৰমান পাছত ৱাশ্বিংটনৰ এক অনুষ্ঠানত তেওঁ পুনৰ কৈছিল যে মুম্বাইত পাঁচগৰাকী বিডেন বসবাস কৰে।

দৰাচলতে, মুম্বাইৰ সেই বিডেন উপাধিধাৰীকেইগৰাকীৰ পত্ৰ পোৱাৰ পাছত জো বিডেনে জানিব পাৰিছিল যে তেওঁৰ বহু আগৰ এগৰাকী পূৰ্বপুৰুষ ইষ্ট ইণ্ডিয়া কোম্পানীত চাকৰি কৰিছিল।

সেই তেতিয়াৰে পৰা ভাৰতত কোনো বিডেন উপাধিধাৰী লোক থকা সম্ভৱ আৰু সেইসকল জো বিডেনৰ আত্মীয় হ’বই পাৰে।

২০১৩চনত উপ ৰাষ্ট্ৰপতি থকা সময়ত তেওঁ ভাৰততলৈ আহি কেইবছৰমান আগতে পোৱা সেই পত্ৰৰ কথা সদৰী কৰিছিল। বোম্বে ষ্টক এক্সচেঞ্জত এক বাৰ্তালাপত মুম্বাইৰ সেই বিডেনৰ কথা কৈছিল।

সেই সময়ত জো বিডেনে কৈছিল যে ২৯বছৰ বয়সত তেওঁ যেতিয়া ছিনেটৰ নিৰ্বাচিত হৈছিল তেতিয়া মুম্বাইৰ পৰা পত্ৰ পাইছিল। সেই পত্ৰৰ উত্তৰ দিব নোৱাৰাৰ বাবে তেওঁ আক্ষেপো কৰিছিল।

আনহাতে, ২০১৫চনত ৱাশ্বিংটনত এক ভাষণত তেওঁ কৈছিল যে তেওঁৰ ‘গ্ৰেট, গ্ৰেট, গ্ৰেট, গ্ৰেট, গ্ৰেট গ্ৰেণ্ডফাদাৰ’ জৰ্জ বিডেন ইষ্ট ইণ্ডিয়া কোম্পানীত চাকৰি কৰিছিল। পাছত তেওঁ ভাৰততে থাকি যায় আৰু এগৰাকী ভাৰতীয় মহিলাক বিয়া কৰায়।

এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত জো বিডেনে তেওঁৰ পূৰ্বপুৰুষৰ সন্ধান চলাব নেকি সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd