• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অকল টকাৰেই নহয়, ডলাৰৰ বিপৰীতে ব্ৰিটিছ পাউণ্ডৰো ৰেকৰ্ড পতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 3:29 pm
116
VIEWS
Share on FacebookShare on Twitter

আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ ৰেকৰ্ড পতন ঘটাৰ পিছত এইবাৰ ব্ৰিটিছ পাউণ্ডৰ মূল্যৰো ৰেকৰ্ড পতন ঘটিছে। সপ্তাহটোৰ আৰম্ভণিতে সোমবাৰে পুনৰ ভাৰতীয় টকাৰ ৰেকৰ্ড পতন ঘটিছে।

সোমবাৰে প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে ৮১ টকা ৪৭ পইচা। এয়া এতিয়ালৈকে সৰ্বনিম্ন। যোৱা শুকুৰবাৰে প্ৰতি ডলাৰত ভাৰতীয় টকাৰ মূল্য আছিল ৮০ টকা ৯৯ পইচা।

লগতে পঢ়ক: যোগীৰ উত্তৰ প্ৰদেশত আন এক ধৰ্ষণকাণ্ড: সুৰা পান কৰিবলৈ বাধ্য কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ

শেহতীয়াকৈ ব্ৰিটেইন চৰকাৰে কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰ পৰাই ডলাৰৰ বিপৰীতে পাউণ্ডৰ মূল্য হ্ৰাস পাইছে। কিন্তু পাউণ্ডৰ মূল্য হ্ৰাস হোৱাৰ বাবে আমেৰিকান ডলাৰৰ আধিপত্যকো আংশিকভাৱে দোষাৰোপ কৰা হৈছে।

বাতৰি মতে, সোমবাৰে ব্ৰিটিছ পাউণ্ডৰ মূল্য ১.০৩ ডলাৰলৈ হ্ৰাস পাইছিল যদিও তাৰ পিছত ই সামান্য বৃদ্ধি হৈ ১.০৬ ডলাৰ হয়।

শুকুৰবাৰে ব্ৰিটিছ বিত্ত মন্ত্ৰীয়ে কোয়াসি-কোৱাৰ্টেং-য়ে কৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। এইটোৱে জীৱন যাপনৰ ব্যয় বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ইপিনে, দেশৰ বিৰোধী লেবাৰ পাৰ্টিয়ে কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক সমালোচনা কৰিছে।

লগতে পঢ়ক: দিল্লী ট্ৰেফিক পুলিচৰ আন এক চমক: এইবাৰ পথ সুৰক্ষাৰ বিজ্ঞাপনত ওলাল দীপ্তি শৰ্মাৰ মানকাড উইকেটৰ কৌশল

প্ৰাক্তন ব্ৰিটিছ বিত্ত মন্ত্ৰী লৰ্ড কেন ক্লাৰ্কে চৰকাৰৰ কৰ হ্ৰাস কৰাৰ সিদ্ধান্তক সমালোচনা কৰিছে। তেওঁ দাবী কৰিছে যে সিদ্ধান্তটোৱে পাউণ্ডৰ মূল্য আৰু হ্ৰাস কৰিব পাৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd