• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

প্ৰতি ঘণ্টাত ২৮ কোটি টকা উপাৰ্জন; প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2019 6:32 pm

1 min read

W.M and Mukesh Ambani

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

31.1k
VIEWS
Share on FacebookShare on Twitter

আপোনালোকে হয়তো বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজোচক জানে, কিন্তু আপোনালোকে বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ বিষয়ে গম পাইনে?

বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ উপাৰ্জন দেখিলে আপোনাৰ চকু কপালত উঠিব। বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালটোৱে প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ২৮ কোটি টকা।

ভাৰতৰ আম্বানি পৰিয়ালৰ নামো বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালবোৰৰ নামৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।

ব্লুমবাৰ্গে বিশ্বৰ শীৰ্ষৰ ২৫ টা ধনী পৰিয়ালৰ নাম প্ৰকাশ কৰিছে যাৰ মুঠ সম্পত্তিৰ তালিকা ভাৰতীয় টকাৰ হিচাপত প্ৰায় ডেৰ লাখ কোটি টকা।

বিশ্বৰ ধনী পৰিয়ালৰ শীৰ্ষত থকা পৰিয়ালটো হৈছে ছুপাৰ মাৰ্কেট ‘ৱালমাৰ্ট’ৰ গৰাকী। সূত্ৰত উল্লেখ কৰা মতে, ৱালমাৰ্ট পৰিয়ালে প্ৰতি মিনিটত ৫০ লাখ টকা, প্ৰতি ঘণ্টাত প্ৰায় ২৮ কোটি ৪৬ লাখ টকা আৰু এদিনত ৭ বিলিয়ন ১২ কোটি টকা উপাৰ্জন কৰে।

আনহাতে, ৱালমাৰ্ট পৰিয়ালৰ পাছতে তালিকাৰ দ্বিতীয় স্থানত আছে মাৰ্চ পৰিয়াল। মাৰ্চ পৰিয়ালৰ প্ৰতিষ্ঠানটোৱে মাৰ্চ বাৰছ চকলেট নিৰ্মাণ কৰে।

একেসময়তে, তালিকাত ফেৰাৰী, বি এম ডব্লিউ আৰু হায়াট হস্পাতাল গ্ৰুপৰ পৰিয়ালৰ নামো অন্তৰ্ভূক্ত হৈছে।

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ পৰিয়ালৰ নামো তালিকাৰ নৱম স্থানত অন্তৰ্ভূক্ত হৈছে। আম্বানি পৰিয়ালৰ মুঠ উপাৰ্জন হৈছে ৫০৪০ কোটি টকা।

Recent News

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

UPPL

য়ুপিপিএলৰ পাভ লুটি! : দুৰ্নীতি পৰায়ণ বুলি গোচৰ তৰি ৰঙা দলিচাৰে আদৰিলে অভিযুক্ত ঠিকাদাৰক

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

প্ৰধানমন্ত্ৰীৰ কলকাতা যাবলৈ সময় আছে, কিন্তু কৃষকক লগ কৰিবলৈ সময় নাই : শাৰদ পাৱাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd