• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কৰ কণমানি আদ্ৰী দত্ত সৰ্বভাৰতীয় নৃত্য প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্যায়ত উপনীত হৈছে

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
November 2, 2020 5:34 pm
Screenshot_2020-11-02-15-50-24_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ কণমানি আদ্ৰী দত্তই শ্ৰীৰাম জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে আয়োজন কৰা সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত অসমৰ হৈ চুড়ান্ত পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে।

নিজ পাৰদৰ্শিতাৰে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে Top 23ৰ ভিতৰত অন্তর্ভুক্ত হৈ পূব প্ৰান্তৰ পৰা প্ৰথম স্থান লাভ কৰি প্ৰতিযোগিতাখনিৰ চুড়ান্ত শাখাত অৱতীৰ্ণ হ’বলৈ সুযোগ লাভ কৰিছে আদ্রীয়ে।

Apply Now

অহা সাত নৱেম্বৰ তাৰিখে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব।

সেয়ে আদ্ৰী বৰ্তমান ব্যস্ত নৃত্য আখৰাত। ফেচবুক আৰু ইউটিউবত like আৰু share কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলোৰে আশীৰ্বাদ বিচাৰিছে দহ বছৰীয়া কণমানিজনীয়ে।

আপোনালোকৰ আশীৰ্বাদ তথা মৰমে অনাগত দিনত আদ্ৰীক প্ৰতিযোগিতাখনিত জয়ী হোৱাই নহয় অসমৰ নাম আকৌ এবাৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকাই ৰাজ্যবাসীক উৎফুল্লিত কৰিব বুলি এই আশা কৰা হৈছে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd