• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনা-অসমীয়া অপবাদ দি মায়ঙৰ চনকাৰ উন্নয়নত আত্মনিয়োজিত ব্যক্তিক হাৰাশাস্তি দুষ্ট চক্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2020 12:56 pm
index

চনকা গাওঁৰ এটা দৃশ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত চনকা গাঁৱৰ এটুকুৰা ভূমিক কেন্দ্ৰ কৰি এটা দুষ্ট চক্ৰই অঞ্চলটোৰ উন্নয়নৰ হ’কে কাম কৰি অহা এগৰাকী স্থানীয় ব্যক্তিক অনা-অসমীয়াৰ অপবাদ জাপি দি হাৰাশাস্তি কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আনকি, উক্ত চক্ৰটোৱে একাংশ সাংবাদিকৰ হতুৱাই ব্যক্তিগৰাকীৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰোৱাই ভাৱমূৰ্তি বিনষ্ট কৰাৰো চেষ্টা অব্যাহত ৰাখিছে।

Apply Now

পূৰ্ব পুৰুষৰে পৰা সুদীৰ্ঘ বছৰ চনকাত বাস কৰি অহা আৰু অসমীয়া জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ পৰা বিনোদ সিং নামৰ ব্যক্তিজনক অনা-অসমীয়া বুলি অপবাদ দি তেওঁৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ অনা হৈছে।

বিনোদ সিঙে গমাৰিগুৰি কিষাম ৰাজহ গাঁৱৰ অজিত ডেকা নামৰ ব্যক্তি এজনৰ পৰা পঞ্চাশ বছৰৰো অধিক কাল তেওঁৰ দখলত থকা ২৭ নম্বৰ দাগৰ এটুকুৰা ভূমি যোৱা ২০১৬ চনতে ক্ৰয় কৰিছিল।

ৰাজহ নীতি অনুসৰি মাটি টুকুৰাৰ চৰকাৰীভাৱে নিৰ্দ্ধাৰিত খাজনা আদিও আদায় দি অহা হৈছে।

কিন্তু দুষ্ট চক্ৰটোৱে এই ভূমি বিনোদ সিঙে বেদখল কৰা বুলি অভিযোগ তুলি বিভিন্ন সময়ত তেওঁৰ মাটিৰ চাৰি সীমাৰ বেৰ-খুটি আদি লণ্ডভণ্ড কৰি আহিছে।

দুষ্ট চক্ৰৰ এনে অত্যাচাৰৰ পাছত বিনোদ সিঙে কেইবাবাৰো আৰক্ষীক গোচৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উপায়হীন হৈ তেওঁ মৰিগাঁও জিলা আদালতৰ কাষ চাপে। আদালতে MR 138/2019নম্বৰত এটা গোচৰ গ্ৰহণ কৰে।

আদালতে তেওঁৰ আবেদনৰ সকলো দিশ চালি-জাৰি চাই আৰু কাগজ-পত্ৰ পৰীক্ষা কৰি তথা গাঁওবুঢ়া আৰু গাঁওৰ লোকৰ সাক্ষ্য গ্ৰহণ কৰি মাটি টুকুৰা বিনোদ সিঙৰ বুলি ৰায় দিয়ে।

অৱশ্যে, এই ৰায়ৰ বিৰুদ্ধে একাংশই পুনৰীক্ষণৰ আবেদন জনাইছে যদিও ইয়াৰ শুনানি এতিয়ালৈ অনুষ্ঠিত হোৱা নাই।

সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে এটুকুৰা ভূমি ক্ৰয় কৰা বিনোদ সিঙক অনা-অসমীয়া অপবাদ জাপি দি এইদৰে হাৰাশাস্তি কৰাৰ আঁৰত আছে চনকাত বৰ্তমান এখন ৰিজ’ৰ্ট স্থাপন কৰি অঞ্চলটোত অশান্তিৰ বিষবাষ্প বিয়পাব খোজা শিবু তামাং নামৰ এজন প্ৰভাৱশালী ব্যক্তি।

নেপালী সম্প্ৰদায়ৰ এই ব্যক্তিগৰাকীয়ে চনকা অঞ্চলত নিজৰ প্ৰভুত্ব বিস্তাৰৰ উদ্দেশ্যে একাংশ লোকক উচটনি দি বিনোদ সিঙৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে বিনোদ সিঙে যোৱা ২০০৮চনত অসম গণ পৰিষদৰ পৰা মায়ং গাওঁ পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈ ২০১৩চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।

অতিকৈ পাছপৰা চনকা অঞ্চলত যাতায়তৰ বাবে কোনো সুচল বাট-পথ নাছিল যদিও বিনোদ সিঙৰ নেৰানেপেৰা প্ৰচেষ্টাত মৰিগাওঁ জিলাৰ তদানীত্বন উপায়ুক্ত ৰাকেশ কুমাৰৰ হস্তক্ষেপত চনকাত আজি গাড়ী-মটৰ চলাচলৰ বাবে উপযুক্ত বাট-পথ গঢ় লৈ উঠিছে।

তদুপৰি, চনকা অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ বাবেও বিনোদ সিঙে সদায় প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কিন্তু পৰিতাপৰ কথা যে একাংশ ন্যস্তস্বাৰ্থ জড়িত লোকে তেওঁৰ ব্যক্তিত্বত কালিমা সনাৰ অপচেষ্টাৰে ভূমি বেদখলৰ দৰে মিছা অভিযোগ আনিছে।

আদালতৰ ৰায়ৰ পাছত নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত দুষ্ট চক্ৰটোৱে এতিয়া পুনৰ আদালতত আবেদন জনাই মুখ বচোৱাৰ চেষ্টা চলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd