• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢেকীয়াখোৱা বৰনামঘৰক লৈ অপপ্ৰচাৰ কৰি ৰাজহুৱাকৈ ক্ষমা খুজিলে উদণ্ড যুৱকৰ দলে

ৱেব পৰ্টেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব নামঘৰ পৰিচালনা সমিতিয়ে

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
September 8, 2022 8:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক লৈ একাংশ দুষ্ট চক্ৰই এক ৱেব পেজত চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে আজি ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত এখনি সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ প্ৰকাশ কৰিছে।

নামঘৰ পৰিচালনা সমিতিয়ে জনোৱা মতে উক্ত দিনা যথেষ্ট ভকত বৈষ্ণৱৰ সমাগম ঘটিছিল নামঘৰ প্ৰাংগণত।

সেয়ে দৰ্শনাৰ্থীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী প্ৰশাসনে নামঘৰলৈ যোৱা মূল পথটো বন্ধ কৰি আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত অন্য এটা উপ পথ মুকলি কৰি দিছিল। ইয়াৰ প্ৰভাৱ অঞ্চলৰ একাংশ যুৱকে প্ৰশাসনৰ বিনা অনুমতিত কেৱল ব্যৱসায়িক স্বাৰ্থত পতা পাৰ্কিঙৰ ব্যৱসায়ত পৰিছিল।

Apply Now

লগতে পঢ়ক: বানবিধ্বস্ত বেংগালুৰু, ১০ কোটিৰ ভিলাৰ ভিতৰতো পানী! হোটেলৰ ভাড়া ৪০ হাজাৰ টকালৈ বৃদ্ধি

তাৰপিছতে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ অৰ্থে এই উদণ্ড যুৱকৰ দল নামঘৰ প্ৰাংগণলৈ আহি নামঘৰ পৰিচালনা সমিতিক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী ধমকি দিয়াৰ লগতে আৰক্ষী প্ৰশাসন তথা জিলা উপায়ুক্তকো সাঙুৰি এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰি সামাজিক মাধ্যমত নামঘৰ পৰিচালনা সমিতি আৰু প্ৰশাসনযন্ত্ৰৰ বিৰুদ্ধে বিৰোপ মন্তব্য আগবঢ়াইছিল।

ফটো: নৰ্থইষ্ট নাও।

ইপিনে, সামাজিক মাধ্যমত নিদিষ্ট এটা ৱেব পেজত উক্ত ঘটনাটো সম্প্ৰচাৰ হোৱাৰ লগে লগে নামঘৰ পৰিচালনা সমিতিৰ লগতে ঢেকীয়াখোৱাবাসী জাঙুৰ খাই উঠে।

ইয়াৰ পিছতে লগে লগে ৰাজহুৱা সভা আহ্বান কৰি উক্ত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰা যুৱকসকলক কি কাৰণে এনে কৰিবলগীয়া পৰিস্থিতি হ’ল তাৰ ওপৰত প্ৰশ্ন কৰে আৰু শেষত নিদিৰ্ষ্ট যুৱককেইজনে ৰাইজৰ আগত নিজ ব্যৱসায়িক স্বাৰ্থতে এনে ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে আৰু সকলোৰে আগত ক্ষমা বিচাৰে।

উল্লেখযোগ্য যে আজি এইসকল উদণ্ড যুৱক সংবাদ মেলত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত নিজৰ ভুল পুনৰ স্বীকাৰ কৰি সদৌ অসমবাসীৰ আগত ক্ষমা বিচাৰি প্ৰৰ্থনা জনায়।

লগতে পঢ়ক: ব্ৰিটেইনৰ ৰাণীৰ স্বাস্থ্যকলৈ উদ্বিগ্ন চিকিৎসক; ততাতয়াকৈ স্কটলেণ্ড পালে চাৰ্লছ

আনহাতে, ৰাজহুৱা সভাই উক্ত ৱেব পেজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে। লগতে ঢেকীয়াখোৱা ব্যৱসায়ী সন্থা তথা স্থানীয় সচেতন সমাজেও এই উদণ্ড যুৱকৰ দলটোৱে কেৱল টকাৰ লালসাত ব্যৱসায়ৰ নামত ঐতিহাসিক পীঠক লৈ কৰা এনে চক্ৰান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

তদুপৰি, পাৰ্কিঙৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে বিনামূলীয়াকৈ বহু উপযুক্ত স্থানৰ ব্যৱস্থা কৰি থৈছে আৰু সকলো দৰ্শনাৰ্থীকে উক্ত স্থান পাৰ্কিং কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, টীয়ক

এন ই নাও নিউজ, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd