• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত স্থানীয় ব্যৱসায়ীৰ দ্বাৰা লোকসংস্কৃতি জীয়াই ৰখাৰ এক ব্যতিক্ৰমী প্ৰয়াস

NE NOW NEWS ৰিদিপ শর্মা
কলিয়াবৰ , December 20, 2018 4:18 pm

1 min read

Kaliabor
269
VIEWS
Share on FacebookShare on Twitter

পাশ্চাত্য সংস্কৃতিৰ গ্ৰাসত ৰাজ্যখনৰ থলুৱা লোকসংস্কৃতি সমূহ হেৰাই যোৱা উপক্ৰম হোৱাৰ সময়তে বুধবাৰে কলিয়াবৰৰ কুঁৱৰীটোলৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষৰ ব্যৱসায়ীক আস্থানত স্থানীয় কেইজনমান যুৱ ব্যৱসায়ীয়ে হাতত ল’লে লোকসংস্কৃতিক জীয়াই ৰখাৰ এক ব্যতিক্ৰমী প্ৰয়াস।

কলিয়াবৰৰ কুঁৱৰীটোলত কেইজনমান সংস্কৃতিবান যুৱ প্ৰজন্মৰ ব্যৱসায়ীয়ে স্থানীয় ৰাইজৰ সহযোগত কলিয়াবৰৰ কেইবাজনো লোকসংস্কৃতিৰ শিল্পীক একগোট কৰি লোকসংগীতৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।

লোকগীত, টোকাৰী গীত, থলুৱা ডুটোৰা, বাঁহী, খঞ্জৰী, তাল, ঢোলকী ইত্যাদি লোকসংস্কৃতিৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰাইজৰ সঁহাৰিত পৰিবেশটো জীপাল হৈ উঠা পৰিলক্ষিত হয়।

আনহাতে স্থানীয় ৰাইজে অনুষ্ঠানতোৰ লগত জড়িত শিল্পীবৃন্দকে আদি কৰি আয়োজক সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে অনাগত দিনতো এনেধৰণৰ অনুষ্ঠানসমূহ আয়োজন কৰি নৱপ্ৰজন্মৰ সমাজত এক লোকসংস্কৃতিৰ বাতাবৰণ জীয়াই ৰখাৰ আহ্বান জনায়।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd