• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কাৰ্য্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 6:47 pm

1 min read

কাইলৈ অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কাৰ্য্যালয়
35.4k
VIEWS
Share on FacebookShare on Twitter

সদ্য সমাপ্ত নিৰ্বাচনত বিটিচিত হাগ্ৰামা মহিলাৰীৰ সুদীৰ্ঘ ১৫ বছৰীয়া ৰাজত্বৰ অন্ত পৰাৰ পাছত কাইলৈ বিটিচিত নতুনকৈ চৰকাৰ গঠন কৰিব বিজেপি, য়ুপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিৰ সন্মিলিত এন ডি এই।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে য়ুপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়ো পৰৱৰ্তী বিটিচি প্ৰধান হ’ব বুলি স্পষ্ট কৰি দিছে।

আনহাতে, মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিটিআৰৰ চাৰিওখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

মঙলবাৰে ৰাতিপুৱা ১১ বজাত কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত প্ৰমোদ বড়োৱে পৰৱৰ্তী বিটিচি প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব।

ইপিনে, স্থানীয় বন্ধ ঘোষণা কৰা বাবে কাইলৈ বিটিআৰৰ চাৰিওখন জিলাত চৰকাৰী কাৰ্য্যালয় তথা শিক্ষানুষ্ঠান সমূহ বন্ধ থাকিব।

কাইলৈ শপত গ্ৰহণ অনুষ্ঠানক কেন্দ্ৰ কৰি কোকৰাঝাৰ চহৰত ব্যপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

য়ুপিপিএল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ দলীয় সমৰ্থক সকলে কোকৰাঝাৰত ব্যপক হাৰত ভিৰ কৰিব বুলি দল কেইটাৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে।

সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত বিপিএফে ১৭ খন, য়ুপিপিএলে ১২ খন, বিজেপিয়ে ৯ খন, গণ সুৰক্ষা পাৰ্টিয়ে এখন আৰু অন্যান্যই এখন আসন লাভ কৰিছিল।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd