• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীপৰ বিলৰ পাৰত দ্বৈত ৰে’লপথ নিৰ্মাণক লৈ তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 3, 2019 12:04 pm

1 min read

Protest
2.9k
VIEWS
Share on FacebookShare on Twitter

দীপৰ বিলৰ পাৰত নিৰ্মাণ হ’ব লগীয়া দ্বৈত ৰে’লপথৰ বিৰুদ্ধে মঙলবাৰে স্থানীয় লোক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চলন্ত ৰে’লৰ কাষত থিয় হৈ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে দীপৰ বিলৰ পাৰ উত্তাল হৈ পৰে।

উল্লেখ্য যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই লোৱা সিদ্ধান্তই বিপদ মাতি আনিছে বনৰীয়া হাতী তথা স্থানীয় গাঁওসমূহলৈ। এই পৰ্যন্ত ৰে’লপথটোত বৰ্তমানলৈ ১৪ টা হাতীৰ লগতে আন আন বহুতো জীৱ-জন্তুৰ মৃত্যু হৈছে। কিন্তু ইয়াৰ পাছতো ৰে’লবিভাগৰ লগতে বনবিভাগে উচিত পদক্ষেপ লোৱাত গুৰুত্ব  আৰোপ কৰা নাই।

ইয়াৰ উপৰি দ্বৈত ৰে’লপথ নিৰ্মাণৰ ফলত বনৰীয়া হাতী মৃত্যুমুখত পৰাৰ লগতে খাদ্যৰ সন্ধানত স্থানীয় অঞ্চলৰ গাঁওসমূহত যে তাণ্ডৱ চলাব সেয়া নিশ্চিত হৈ পৰিছে। আৰু যাৰ ফলত অঞ্চলটোত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিব।

ইফালে দ্বৈত ৰে’লপথ নিৰ্মাণে দীপৰ বিলৰ সমীপৰ মিকিৰপাৰা চকৰ্দৌ গাঁৱৰ লগতে ইয়াৰ আশে-পাশে থকা গাঁওসমূহৰ বৃহৎ ক্ষতিসাধন কৰিব। সেইবাবে দ্বৈত ৰে’লপথ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে আৰু কাম বন্ধ নকৰিলে প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ স্থানীয় ৰাইজৰ।

Recent News

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd