• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেতিয়া খুলিব ভূটানৰ প্ৰৱেশ পথ ? ভূটানৰ লকডাউনৰ ব্যাপক প্ৰভাৱ ভাৰতৰ সীমান্তৱর্তী অঞ্চলত

দীপক কুমাৰ পাঠক, বাক্সা by দীপক কুমাৰ পাঠক, বাক্সা
December 12, 2021 6:21 pm
224
VIEWS
Share on FacebookShare on Twitter

কৰ্ম সংস্থাপনহীন সীমান্তৰ বহু পৰিয়াল। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বহু পৰিয়ালে। মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিছে দৰঙামেলা অঞ্চলতো।

কথাতে আছে- “একালৰ বৃন্দাবন একালত পৰে ছন” – সেয়াই এতিয়া বাস্তৱত পৰিণত হৈছে বাক্সাৰ ভাৰত ভূটান সীমান্তৰ দৰঙামেলা অঞ্চলত।

ভূটান সীমান্তৰ দৰঙামেলা ব্যৱসায়- বাণিজ্যৰ ক্ষেত্ৰত সদা ব্যস্ত এখন ঠাই।

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে ব্যৱসায়ৰ ক্ষেত্ৰত আছিল ব্যাপক যোগাযোগ।

২০২০ চনৰ পৰা কৰ’নাৰ বাবে পূৰ্বোত্তৰ ভুটানৰ চামদ্ৰুপ ঝংখাৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ পথ বন্ধ কৰি দিয়া হৈছে।

ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰিলে ভূটান সীমান্তৰ দৰঙামেলাবাসীক।

বন্ধ হৈ পৰিছে প্রায় ৯০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠান।

উল্লেখ্য যে দৰঙামেলা অঞ্চলৰ পুৰুষ-মহিলা, যুৱক- যুৱতী সহ বহু লোকে ভুটানৰ চামদ্ৰুপ ঝংখাৰ জিলা সদৰৰ বিভিন্ন উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠানত দিন হাজিৰা কৰি পোহপাল দিছিল পৰিয়াল।

২০২০ চনৰ মাৰ্চ মাহৰ পৰা ভূটানৰ প্ৰৱেশ দ্বাৰ বন্ধ হৈ পৰাত দৰঙামেলা অঞ্চলৰ হেজাৰ হেজাৰ লোক হৈ পৰে কৰ্মসংস্থাপন হীন।

ভূটানী লোক সকলো ভাৰতত প্ৰৱেশ কৰিব নোৱাৰাত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰিছে।

অন্ন-বস্ত্ৰৰ অভাৱত বহু লোকে কৰ্ম সংস্থাপন বিচাৰি গুজৰাট, কেৰেলা, মুম্বাই, দিল্লী আদিলৈ যাবলৈ বাধ্য হৈছে।

আনকি শ্ৰমিক পৰিয়ালৰ ছাত্ৰ- ছাত্ৰী সকলে নিজৰ সোণোৱালী শৈশৱক বিসৰ্জন দি বিদ্যালয় এৰি নিজ পিতৃ মাতৃৰ লগত কৰ্মৰ সন্ধানত গতি কৰিছে বহিঃৰাজ্যলৈ।

এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ।

ভূটান ৰাষ্ট্ৰৰ চামদ্ৰুপ জংখাৰত বিভিন্ন কোম্পানীত দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিক পৰিয়ালৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।

ভাৰতৰ যি সমূহ ট্ৰাক জীপচাম আনিবলৈ ভুটানত প্ৰৱেশ কৰে সেই গাড়ী সমূহৰ ড্ৰাইভাৰ- হেণ্ডিমেন সকল নামিব নোৱাৰে গাড়ীৰ পৰা। আনকি শৌচ পেচাব কৰিব লাগিলে গাড়ীৰ ভিতৰতে কৰিব লাগে ।

এই ড্ৰাইভাৰ হেণ্ডিমেন সকলৰ বাবে অসমৰ ইণ্ডো- ভূটান ট্ৰেভেলছ নামৰ সংস্থাটোৰ দ্বাৰা সীমান্তত নিৰ্মাণ কৰি থকা হৈছে শৌচালয়।

কেতিয়া খুলিব ভূটানৰ প্ৰৱেশ পথ তাৰেই অপেক্ষাত ভাৰত-ভূটান সীমান্তৰ হেজাৰ হেজাৰ লোক।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd