• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ নৱোদয় বিদ্যালয়ত আবদ্ধ মধ্য প্ৰদেশৰ ২৩গৰাকী শিক্ষাৰ্থী

আবদ্ধ শিক্ষাৰ্থীক নিজগৃহলৈ পঠিওৱাৰ বিশেষ উদ্যোগ বৰপেটাৰ উপায়ুক্তৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 8, 2020 10:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ সৰভোগস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত আবদ্ধ হৈ আছে বিদ্যালয়খনত অধ্যয়নৰত মধ্য প্ৰদেশৰ ২৩ গৰাকী শিক্ষাৰ্থী৷

একেদৰে সৰভোগ নৱোদয় বিদ্যালয়ৰো ২৩ গৰাকী শিক্ষাৰ্থী মধ্যপ্ৰদেশত আবদ্ধ হৈ আছে৷

Apply Now

লকডাউনৰ ফলত বিদ্যালয়খনত আবদ্ধ হৈ থকা এই শিক্ষাৰ্থীসকলক সোনকালে নিজ ৰাজ্যলৈ উভতাই পঠিওৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বৰপেটাৰ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই৷

উপায়ুক্তগৰাকীয়ে আজি নিজেই বিদ্যালয়খনত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে৷

উপায়ুক্তগৰাকীয়ে কয় যে এই বিষয়ে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা চলাই থকা হৈছে আৰু অহা ১৫ এপ্ৰিলত বিশেষ বিমানযোগে শিক্ষাৰ্থীসকলক নিজ ৰাজ্যলৈ প্ৰেৰণৰ প্ৰচেষ্টা চলাই থকা হৈছে।

উল্লেখ্য যে নৱোদয় বিদ্যালয়সমূহৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত সৰভোগৰ বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰী এবছৰৰ বাবে মধ্য প্ৰদেশলৈ যোৱাৰ বিপৰীতে মধ্যপ্ৰদেশৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সৰভোগলৈ পঢ়িবলৈ আহিছিল।

কৰ’নাভাইৰাছকলৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনত পাঠদান সম্পূৰ্ণ বন্ধ হৈ আছে যদিও লকডাউনৰ বাবে শিক্ষাৰ্থীসকল নিজ নিজ গৃহলৈ উভতিব নোৱাৰাত অভিভাৱকসকল চিন্তিত হৈ পৰিছে।

উপায়ুক্তৰ এই ভ্ৰমণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু বৰনগৰ ৰাজহ চক্ৰৰ বিষয়া সান্ত্বনা বৰাও উপস্থিত থাকে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd