• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথাৰতে শুকাইছে বিঘাই বিঘাই কুঁহিয়াৰ খেতি; মাজুলীত সংকটৰ গৰাহত খেতিয়ক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 9, 2020 6:15 pm
Sugarcane_2

মাজুলীৰ ভকত চাপৰিৰ খেতিয়কে কৰা কুঁহিয়াৰ খেতিৰ একাংশ। ফটো : মিটু খাটনিয়াৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান চলি থকা ল’কডাউনৰ ফলত মহা সংকটত পৰিছে মাজুলী ভকতচাপৰিৰ কুঁহিয়াৰ খেতিয়কসকল। যোৱা এপষেক ধৰি কাম-বন, বজাৰ-সমাৰ সকলো বন্ধ হৈ পৰাত অঞ্চলটোৰ কৃষক ৰাইজে অনাগত দিনত পৰিয়াল পোহপাল দিয়াক লৈ যথেষ্ট উৎকণ্ঠাত দিন পাৰ কৰিব লগাত পৰিছে।

প্ৰায় ১৮খন গাঁৱৰ সমষ্টি মাজুলীৰ ভকতচাপৰি এনে এটা অঞ্চল য’ত ১০০ শতাংশ লোকৰ জীৱনেই কৃষিকাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰে। বছৰৰ বিভিন্ন সময়ত বিবিধ শস্য উৎপাদন কৰি মাজুলীৰ গ্ৰাম্য অৰ্থনীতিক গতিশীল কৰি তুলিছে ইয়াৰ কৃষকসকলে।

Apply Now

বিবিধ শস্য উৎপাদন কৰিলেও অঞ্চলটোৰ খেতিয়সকলে কুঁহিয়াৰ খেতিত বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। চৰকাৰী তথ্য মতে ভকতচাপৰিত মুঠ ১৫০ হেক্টৰ কৃষিভূমিত প্ৰায় ৩৭০ পৰিয়ালে কুঁহিয়াৰ খেতি কৰে।

কিন্তু অঞ্চলটোত এতিয়া বিঘাই বিঘাই কুঁহিয়াৰ খেতি পথাৰতে শুকাই যোৱাৰ উপক্রম ঘটিছে। ল’কডাউনৰ ফলত জিলা প্ৰশাসনৰ নিৰ্দেশনা তথা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে সকলো ধৰণৰ কৃষিকৰ্মৰ পৰা বিৰত থকাত উৎপাদিত ফচল নষ্ট হোৱা নীৰৱে চাই থাকিব লগীয়া হৈছে।

গুড় উৎপাদন কৰি অৰ্জা ধনেৰেই সাধাৰণতে পৰিয়ালসমূহ চলি থাকে। তেনেস্থলত এতিয়া কেনিও ওলাব নোৱাৰা পৰিৱেশত কুঁহিয়াৰ খেতি চপাই পেড়ি গুড় তৈয়াৰ কৰাটো সম্ভৱ হোৱা নাই যদিও কোনোৱে লুকাই চুৰকৈ গুড় উৎপাদন কৰিছে যদিও বিক্ৰীৰ কোনো ব্যবস্থা নোহোৱাত হতাশ হৈ পৰিছে খেতিয়কসকল।

কৃষকসকলৰ মতে পৰিয়ালৰ পোহপাল, স্বাস্থ্য, ল’ৰা-ছোৱালীৰ শিক্ষা সকলো নিৰ্ভৰ কৰে কৃষিৰ ওপৰতে। এটা বছৰত যদিহে কিবা কাৰণত খেতিৰ উৎপাদিত ফচল লাভ কৰিব নোৱাৰে তেতিয়া কেবাটাও বছৰলৈ ইয়াৰ কুফল ভোগ কৰিব লগা হয় কৃষক পৰিয়ালসমূহে।

ইতিমধ্যে প্ৰায়বোৰ কুঁহিয়াৰ খেতি পথাৰতে সুকাইছে আৰু অধিক দিন এনেকৈ থাকিলে কুঁহিয়াৰৰ ৰস নোহোৱা হৈ পৰিব আৰু চৰম দূৰ্দশা ভোগ কৰিব লাগিব কৃষকসকলে। এনে পৰিস্থিতিত ল’কডাউনৰ বিধি বিধান মানি কৃষিকাৰ্যত কৃষকসকলে মনোনিবেশ কৰিব পৰাকৈ তাৎক্ষণিক ব্যবস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক ভকতচাপৰিৰ ৰাইজে অনুৰোধ জনাইছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd