• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ খেতিপথাৰত পাকিস্তানৰ পৰা অহা আক্ৰমণকাৰী ফৰিঙৰ তাণ্ডৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 27, 2020 1:05 pm

1 min read

ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰৰ খেতিপথাৰত পাকিস্তানৰ পৰা অহা আক্ৰমণকাৰী ফৰিঙৰ তাণ্ডৱ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

7.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বন সেৱা বিভাগৰ মধ্যপ্ৰদেশৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই লাখ লাখ ফৰিং মধ্যপ্ৰদেশত প্ৰৱেশ কৰাৰ ভিডিঅ’ মঙলবাৰে টুইটাৰযোগে প্ৰকাশ কৰে।

‘‘এইবাৰ ফৰিং আক্ৰমণৰ শক্তি অতুলনীয়…..সকলো খাব পৰা এই ফৰিংবোৰে সকলো শস্য নষ্ট কৰিব,’’ প্ৰবীণ কছৱান নামৰ বিষয়া গৰাকীয়ে এইদৰে টুইটাৰত লিখে।

মধ্য প্ৰদেশৰ উপৰিও উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত এই ফৰিং বিধৰ উপস্থিতি পোৱা গৈছে।

এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লাখ লাখ ফৰিঙ উৰি অহাৰ ভিডিঅ’ ফেইচবুকত আপলোড কৰি তেওঁ জীৱনত কেতিয়াও ইমান সংখ্যক ফৰিং দেখা নাছিল বুলি উল্লেখ কৰে।

পাকিস্তানৰ পৰা ৰাজস্থান হৈ এই ফৰিঙৰ জাকে ভাৰতত প্ৰৱেশ কৰিছে বুলি জানিব পৰা গৈছে।

এতিয়া ৰাজস্থান, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ খেতিয়ক সকলে ফৰিঙৰ আক্ৰমণত সকলো শস্য নষ্ট হৈ পৰিব বুলি শংকিত হৈ পৰিছে।

ৰাজস্থানৰ কঁপাহ খেতি এই আক্ৰমণকাৰী ফৰিঙৰ কৱলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

আনহাতে, পাকিস্তানতো এই অনিষ্টকাৰী ফৰিঙৰ জাকবোৰ ইৰাণৰ দিশৰ পৰা প্ৰৱেশ কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd