• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লোকসভাত গৃহীত সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২১

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2021 7:34 pm
ART 2021
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ চলিত শীতকালীন অধিৱেশনত আজি দীৰ্ঘ সময়ৰ আলোচনাৰ পিছত ধ্বনি ভোটৰ দ্বাৰা গৃহীত হৈছে সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২১(ART,2021)।

বিধেয়কখনে সহায়ক প্ৰজনন প্ৰযুক্তি ক্লিনিক আৰু বেংকসমূহ নিয়ন্ত্ৰণ আৰু তত্বাৱধান, প্ৰযুক্তিৰ অপব্যৱহাৰ প্ৰতিহত আৰু সেৱাসমূহৰ নৈতিক অনুশীলনক প্ৰচাৰ কৰিব বিচাৰে বুলি চৰকাৰে সদৰী কৰে।

Apply Now

বিধেয়কখন উত্থাপন কৰা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কেইবাটাও সংশোধনী উত্থাপন কৰে।

“বহুতো ART ক্লিনিক দেশত নিয়ন্ত্ৰণ অবিহনে চলি আছে। এনে ক্লিনিকৰ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে।” মান্দাৱিয়াই কয়।

“এই বিধেয়কখন তেওঁলোকৰ বাবে যিসকলে অভিভাৱকত্ব আকাংক্ষা কৰে। মহিলাসকলে যদি বিচাৰে তেন্তে মাতৃত্ব প্ৰাপ্ত কৰা উচিত।”

বিধেয়ক উত্থাপনৰ সময়ত হোৱা বিতৰ্কত মন্ত্ৰী গৰাকীয়ে লগতে কয় যে LGBT সকলেও এই বিধেয়ক খনৰ পৰা লাভাৱান্বিত হ’ব। এগৰাকী অবিবাহিত মহিলাইও বিধেয়কখনৰ সুবিধা লোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বুলি মান্দাৱিয়াই বিতৰ্কৰ উত্তৰত কয়।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে বিধেয়কখনৰ বিৰোধিতা কৰিছিল। কোল্লামৰ বিপ্লৱী সমাজতান্ত্ৰিক দলৰ সাংসদ এন কে প্ৰেমচন্দ্ৰনে দাবী কৰিছিল যে বিধেয়কখন বিবেচনাৰ বাবে গ্ৰহণ কৰিব নোৱাৰি কিয়নো ই চাৰোগেচী বিধেয়কৰ পৰা ইয়াৰ ক্ষমতা আহৰণ কৰে। কিন্তু চাৰোগেচী বিধেয়ক এতিয়াও ৰাজ্যসভাত গৃহীত হোৱা নাই।

অধ্যক্ষ ওম বিৰলাই কয় যে বিধেয়কখন লোকসভাত গৃহীত কৰাত এতিয়া কোনো বাধা নাই কিয়নো ইতিমধ্যে চাৰোগেচী বিধেয়ক লোকসভাই গৃহীত কৰিছে। তেওঁ কয় যে ART,2021 বিধেয়কখন শেষত চাৰোগেচী বিধেয়ক গৃহীত হোৱাৰ পিছতহে কাৰ্যকৰী হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd