• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ আই য়ু ডি এফৰ ইস্তাহাৰ।। বিধেয়ক বিৰোধিতা, অসম চুক্তিক সমৰ্থন; চৰক বিদেশীমুক্ত কৰাৰ আশ্বাস

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 5, 2019 9:19 pm
Loksabha election: AIUDF

এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়ক বিৰোধিতাক অন্যতম মূল বিষয়ৰূপে লৈ শুকুৰবাৰে লোক সভা নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কৰিছে এ আই য়ু ডি এফে।

অসমৰ তিনিটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা দলটোৰ গুৱাহাটী হাতীগাওঁস্থিত মুখ্য কাৰ্য্যালয়ত ইস্তাহাৰখন উন্মোচন কৰে সাধাৰণ সম্পাদক আমিনুল ইছলামে।

Apply Now

বিজেপি প্ৰস্তাৱিত বিধেয়কখন প্ৰতিৰোধ কৰাক আগস্থান দি অসম চুক্তিৰ আধাৰত অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পদক্ষেপ লোৱাৰ আশ্বাস দিছে দলটোৱে।

“নাগৰিকত্ব সংশোধনী বিধেয়ক আইনবিৰোধী, সংবিধানবিৰোধী আৰু অসম স্বাৰ্থৰ বিৰোধী। দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে সংসদত এক বলিষ্ঠ ভূমিকা লৈছিল।”, ইস্তাহাৰ মুকলি কৰি মন্তব্য ইছলামৰ।

তেওঁ লগতে কয় যে বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে জুলাই মাহত বিধেয়কখন পুনৰ আনিব বুলি ঘোষণা কৰিছে, গতিকে এ আই য়ু ডি এফে ইয়াৰ বিৰোধিতা কৰি যাব।

চাহ শ্ৰমিকৰ মজুৰিৰ প্ৰসংগও এ আই য়ু ডি এফে ইস্তাহাৰত স্থান দিছে। বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী, যেনে- মজুৰি বৃদ্ধি, মাটি পট্টা আদিৰ ক্ষেত্ৰত বিজেপিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰি এতিয়া কেৱল কিছুমান নিৰ্বাচন কেন্দ্ৰিক আঁচনিহে হাতত লৈছে বুলিও দলটোৱে মন্তব্য কৰে। ইয়াৰ বিপৰীতে এ আই য়ু ডি এফে এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ আশ্বাস দিয়ে।

একেদৰে চৰাঞ্চলত জৰীপ চলাই বাসিন্দাসকলৰ মাটি পট্টা প্ৰদানৰ পোষকতা কৰে দলটোৱে। “এই জৰীপতেই চৰ-চাপৰিত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকল ওলাই পৰিব।”, ইছলামে কয়।

ইস্তাহাৰত এ আই য়ু ডি এফে দুৰ্নীতি প্ৰতিৰোধ, বানপানী খহনীয়া সমস্যা, উগ্ৰপন্থী সমস্যাৰ ৰাজনৈতিক সমাধান, পৰ্যটনৰ বিকাশ, নিবনুৱা সমস্যা সমাধান, কৃষি ক্ষেত্ৰৰ বিকাশ আদি বিষয়সমূহো উল্লেখ কৰিছে।

নগাওঁ আৰু কাছাৰৰ বন্ধ হৈ যোৱা কাগজ কলকে ধৰি ৰাজ্যৰ বহু কেইটা উদ্যোগৰ পুনৰুদ্ধাৰ প্ৰসংগও দলটোৱে উত্থাপন কৰিছে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd