• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেলযাত্ৰা, হোটেল, বৃহৎ পৰিয়াল: বহুলোকৰ সংস্পৰ্শলৈ আহিছিল অসমৰ প্ৰথম COVID-19 আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 11:30 pm
Coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

COVID-19 পজিটিভ চিনাক্ত অসমৰ কৰিমগঞ্জৰ ব্যক্তিজন বহুসংখ্যক লোকৰ সংস্পৰ্শলৈ আহিছিল বুলি জানিব পৰা গৈছে।

বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত চিকিৎসাধীন ব্যক্তিজনে কৰিছিল দীঘলীয়া ৰেলযাত্ৰা, থাকিছিল গুৱাহাটীৰ এঘৰত আৰু দিল্লীৰ হোটেলত।

Apply Now

তাৰোপৰি খবৰ মতে ৫২ বছৰীয়া ব্যক্তিজনৰ আছে এটা বৃহৎ পৰিয়াল, তেওঁ ১০টা সন্তানৰ পিতৃ।

গুৱাহাটীৰ আঠগাঁৱৰ ৰহমান উপাধিৰ এঘৰ লোকৰ সৈতেও দিল্লীৰ পৰা উভতি অহাৰ পিছত দুদিন কটাইছিল ব্যক্তিজনে।

দিল্লীত ৫ মাৰ্চৰ পৰা তেওঁ জ্যোতি নামৰ এক হোটেলত আছিল৷ তাৰপৰা জামে মছজিদৰ লগতে নিজামুদ্দিনলৈকো গৈছিল৷

১৩ মাৰ্চত তেওঁ ৰাজধানী এক্সপ্ৰেছেৰে গুৱাহাটীৰ পৰা বদৰপুৰলৈ গৈছিল৷ দিল্লী-গুৱাহাটী-বদৰপুৰ যাত্ৰাত তেওঁৰ সৈতে আন এজন লোকো আছিল৷

হঠাৎ জ্বৰ হোৱাৰ বাবে ১৭ মাৰ্চত তেওঁ কাছাৰ কেন্সাৰ হাস্পতালত ভৰ্তি হৈছিল আৰু পিছদিনা চিকিৎসালয় এৰিছিল।

কিন্তু পিছত ২৯ মাৰ্চৰ ৰাতি তেওঁ পুনৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি হয়। আৰু তাতে তেওঁৰ COVID-19 পজিটিভ বুলি ধৰা পৰে।

গতিকে ইমান দীঘলীয়া যাত্ৰাত তেওঁ বৃ্হৎসংখ্যক লোকৰ সংস্পৰ্শলৈ অহাটো নিশ্চিত হৈ পৰিছে আৰু এইসকল লোকক চিনাক্ত কৰাটোও জৰুৰী হৈ পৰিছে।

তাৰোপৰি তেওঁ নিজৰ বৃহৎ পৰিয়ালটোৰ সকলো সদস্যৰ সংস্পৰ্শলৈ অহাটোও নিশ্চিত।

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু পুনেৰ  National Institute of Virologyত ব্যক্তিজনৰ নমুনা পৰীক্ষাৰ কৰাৰ পিছত তেওঁ COVID-19 আক্ৰান্ত বুলি নিশ্চিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ব্যক্তিজনৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁৰ চিকিৎসা চলি আছে।

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা মঙলবাৰে ১৩৯৭লৈ বৃদ্ধি পাইছে। আক্ৰান্ত ৩৫ গৰাকী লোক মৃত্যুমুখত পৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে কৰ’নাভাইৰাছত আক্ৰান্ত দেশৰ ১২৪ গৰাকী ৰোগী সুস্থ হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ২০০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd