• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তাৰকা বক্সাৰ লাভলিনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ : অতুল বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 3, 2020 8:50 pm
লাভলিনা বৰগোঁহাই

লাভলিনা বৰগোঁহাই

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জীয়ৰী তথা অসম কন্যা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ লাভলীনা বৰগোঁহাইয়ো খেলৰ অনুশীলনৰ সমান্তৰালভাৱে এতিয়া ব্যস্ত হৈ পৰিছে কৃষিকৰ্মত।

লাভলিনাই পথাৰত হৈ ভূঁই ৰুই থকা ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Apply Now

লাভলিনা কৃষি কৰ্মত জড়িত হৈ থকা এখন ফটো আজি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

খেলুৱৈ গৰাকীৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি লাভলিনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ বুলি উল্লেখ কৰে বৰাই।

যিহেতু, বিশ্বত্ৰাস ক’ৰ’নাৰ আতংকৰ বাবে বিশ্বৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ বন্ধ হৈ আছে সেয়েহে নিজ গৃহত আবদ্ধ হৈ পৰিয়ালৰ লগত সময় কটাইছে তাৰকা বক্সাৰ গৰাকীয়ে।

লাভলিনাই ঘৰত থকাৰ সময়ত পিতৃক পথাৰত ভূঁইৰোৱা কাৰ্যতো সহায়ৰ হাত আগবঢ়াইছে।

‘পুৰুষ সমানেই খোজ দিবলৈ সক্ষম হৈছে আজি নাৰী শক্তি। খেতিপথাৰৰ পৰা আৰম্ভ হ’ব লাগে নাৰী সৱলীকৰণৰ নীৰৱ যাত্ৰা,’ কৃষিকৰ্মত জড়িত থকা লাভলিনাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বৰাই কয়

আনহাতে, লাভলিনা প্ৰতিগৰাকী নাৰী তথা যুৱ প্ৰজন্মৰ বাবে আদৰ্শ বুলি উল্লেখ কৰি বৰাই কয় ‘যিহেতু অসমৰ অৰ্থনীতি, সমাজ ব্যৱস্থা, কৃষ্টি-সংস্কৃতি মূলতঃ কৃষি নিৰ্ভৰশীল, গতিকে যুৱশক্তি বিজ্ঞানসন্মত কৃষি কৰ্মত জড়িত হ’লে আমাৰ ৰাজ্যখন কিমানদূৰ আগুৱাই যাব সেয়া সহজেই অনুমেয়’৷

মনত প্ৰবল ইচ্ছা-উদ্যম থাকিলে সময় উলিয়াই কৃষি কৰ্মত নিজকে নিয়োগ কৰিব পাৰে এই ৰুচিবোধ গঢ়িলে কেৱল আপোনাৰেই নহয়, সমাজখনৰো যথেষ্ট সহায় হ’ব উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd