• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

জলবোমা মূৰত লৈও অসমে লাভ নকৰে বিনামূলীয়া বিদ্যুৎ! এনএইচপিচিয়ে নামনি সোৱণশিৰিৰ মাত্ৰ ২০৮ মেগাৱাট বিক্ৰী কৰিব অসমক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 2:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা। এনে পৰিপ্ৰেক্ষিতত, এনএইচপিচিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোক চৰকাৰে এক ডাঙৰ সাফল্য হিচাপে বিবেচনা কৰিছিল, কিন্তু বাস্তৱত এই প্ৰকল্পই অসমক ক্ষতি হে কৰিছে। তথাপি অসমে যিমান পৰিমাণৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ আগ্ৰহী আছিল, সেয়াও পূৰ্ণ নহ’ল।

উল্লেখ্য যে অৰুণাচলৰ ভূমিত নিৰ্মিত এই প্ৰকল্পৰ পৰিণাম অসমে ভুগিব লাগিব। সেয়ে এই প্ৰকল্পটোক বন্ধ কৰাৰ দাবীত দলসংঠন তথা স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি অহিছে। অসমক যিহেতু এই প্ৰকল্পই বিপদৰ মুখলৈ ঠেলি দিছে, তেনে পৰিস্থিতিত অসমক বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰাৰ দাবী উত্থাপন হৈচে। কিন্তু এই দাবীক এন এইচ পি চি কর্তৃপক্ষ কোনো গুৰুত্ব নিদি অসমক কেৱল ক্রেতা ৰাজ্য হিচাপে বিবেচনা কৰিছে।

Apply Now

জানিব পৰা মতে এপিডিচিএলে ইতিমধ্যে এই প্ৰকল্পৰ পৰা বছৰি ২০৮ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ চুক্তি সম্পন্ন কৰিছে। এই চুক্তিৰ অধীনত, অসমত চাহিদা অনুসৰি বিদ্যুৎ যোগান ধৰিবৰ বাবে এপিডিচিএলে বিভিন্ন উৎসৰ লগত চুক্তি কৰিছে। বৰ্তমান অসমৰ বিদ্যুৎ চাহিদা ২৮ শ মেগাৱাট বৃদ্ধি হৈছে আৰু আগন্তুক সময়ত এই পৰিমাণ অধিক বৃদ্ধি হ’ব বুলি উল্লেখ কৰিছে।

প্ৰসংগ ক্ৰমে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা দৈনিক উৎপাদিত বিদ্যুতৰ পৰিমাণ ২,০০০ মেগাৱাটৰ ওপৰলৈ যাব, যদিও অসমক মাত্ৰ ২০৮ মেগাৱাট বিদ্যুৎ বিক্ৰী হ’ব। ২০২৬ চনৰ পৰা ই কাৰ্যকৰী হ’ব কিয়নো সেই বছৰত প্ৰকল্পটোৰ পূৰ্ণাঙ্গ কার্যক্ষম হোৱা বুলি আশা কৰা হৈছে। অৱশ্যে বিদ্যুৎ উৎপাদন আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণৰ পৰা অনুমতিৰ প্ৰয়োজন, সেই অনুমতি এতিয়ালৈকে লাভ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd