• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ উত্তৰ-পূবৰ দায়িত্ব লুইজিনহ’ ফেলেৰিঅ’ক, সৰ্বভাৰতীয় নেতৃত্বতো তাৎপৰ্য্যপূৰ্ণ সালসলনি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 8:47 pm
Luizinho Faleiro congress

ফট’ ইণ্টাৰনে’টৰ পৰা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি লুইজিনহ’ ফেলেৰিঅ’ক অসমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যত দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে মঙলবাৰে নিযুক্তি দিয়া হৈছে।

পূৰ্বে এই ৰাজ্য কেইখনৰ দায়িত্বত থকা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চি পি যোশীৰ স্থানত গোৱাৰ নেতাজনক দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে এই বিষয়বাব দিছে বুলি মঙলবাৰে দলৰ সাধাৰণ সম্পাদক অশোক গেহলটে বিবৃতি জাৰি কৰিছে।

Apply Now

গোৱাত ২০১৭ চনত চৰকাৰ গঠনত বিফল হোৱাৰ পিছতে ফেলেৰিঅ’ই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ত্যাগ কৰিছিল।

গোৱা বিধান সভাত ১৭খন আসনেৰে সৰ্বাধিক আসন থকা দল হোৱাৰ পিছতো ৩খন আসন থকা গোৱা ফৰৱাৰ্ড পাৰ্টিয়ে কংগ্ৰেছক সমৰ্থন নিদিয়াৰ ফলত দলটোৱে চৰকাৰ গঠন কৰাত বিফল হৈছিল।

বৰ্তমান উত্তৰ-পূবৰ দায়িত্ব ন্যস্ত কৰা ফেলেৰিঅ’ক মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ফৰৱাৰ্ড দলে মানি লোৱা নাছিল।

উত্তৰ-পূবৰ দায়িত্বৰ উপৰি কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বটো মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে।

ৰাহুল গান্ধীয়ে কংগ্ৰেছ সভাপতিৰূপে দায়িত্ব লোৱাৰ পিছত দিগ্বিজয় সিঙকে ধৰি ‘পুৰণি কংগ্ৰেছী’ক গুৰুত্বপূৰ্ণ পদবীৰ পৰা গুচোৱা বুলি চৰ্চা চলি থকাৰ পৰতে প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীৰ ৰাজনৈতিক উপদেষ্টা আহমেদ পেটেলক দলৰ কোষাধ্যক্ষ, আনন্দ শৰ্মাক বিদেশ পৰিক্ৰমাৰ অধ্যক্ষ, মীৰা কুমাৰক কংগ্ৰেছ কাৰ্য্যকৰী সমিতিৰ স্থায়ী আমন্ত্ৰিত সদস্যা আৰু দেশৰে এজন অন্যতম প্ৰবীণ কংগ্ৰেছী ম’তিলাল ভ’ৰাক দলৰ সাধাৰণ সম্পাদক (প্ৰশাসন)ৰূপে নিযুক্তি দিছে ৰাহুল গান্ধীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd