• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তুলিলে অখিলৰ মুক্তিৰ দাবী

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 18, 2020 11:09 am

1 min read

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তুলিলে অখিলৰ মুক্তিৰ দাবী

ফটো : নৰ্থ-ইষ্ট নাও

169
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজনীতিত এটা নতুন আঞ্চলিক দলে আত্মপ্ৰকাশ কৰিলে। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমৰ ৰাইজৰ প্ৰচেষ্টাত গঠিত হোৱা অসম জাতীয় পৰিষদে পূৰ্ণাংগ ৰূপ পালে।

অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় তথা শেষ দিনাৰ কাৰ্যসূচীত দলটোৱে ৰাজ্যিক ভিত্তিত এখন পূৰ্ণাংগ সমিতি গঠন কৰাৰ লগতে দলটোৱে ১৯ টা প্ৰস্তাৱ গ্ৰহণ কৰে।

বৃহস্পতিবাৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত মুকলি সভাত দলটোৰ সভাপতি লাভ কৰা লুৰিণজ্যোতি গগৈ, উপ-সভাপতি অদিপ কুমাৰ ফুকনৰ লগতে বহুকেইজন বক্তাই অসম জাতীয় পৰিষদৰ মুকলি মঞ্চৰ পৰাই কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায়।

মুকলি সভাত লুৰিনজ্যোতি গগৈয়ে কয়, ‘বৰ্তমানৰ চৰকাৰে স্বৈৰতান্ত্ৰিক, ফেচিষ্ট, অগণতান্ত্ৰিক মানসিকতাৰে কা’কে ধৰি বিভিন্ন প্ৰতিষ্ঠান বিৰোধী আন্দোলনত জড়িত ব্যক্তিসকলক কাৰাৰুদ্ধ কৰি ৰাখিছে’।

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজিৰ এই পবিত্ৰ ক্ষণত অসমত সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত অখিল গগৈকে ধৰি যিসকল লোকক বন্দী কৰি ৰাখিছে সেই সকলোকে অতি শীঘ্ৰে বিনাচৰ্তত মুক্তি কৰাৰ দাবী জনায় গগৈয়ে।

ইয়াৰ উপৰি মুকলি সভাত দলটোৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনকে ধৰি বহু ব্যক্তিয়ে নিজৰ ভাষণত অখিল গগৈৰ মুক্তি দাবী কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd