• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাতিৰ সংকটৰ সময়ত জাতিটোক বাট দেখুৱাব খোজো : লুৰীণজ্যোতি গগৈ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 4, 2020 3:20 pm

2 min read

জাতিৰ সংকটৰ সময়ত জাতিটোক বাট দেখুৱাব খোজো : লুৰীণজ্যোতি গগৈ
395
VIEWS
Share on FacebookShare on Twitter

জাতীয় সংকটৰ সময়ত অসমীয়া জাতিক এটা বাট দেখুৱাই আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, সমাজত ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু এই সমগ্ৰ সংগ্ৰামখনত এগৰাকী যোদ্ধা হিছাপে আগবাঢ়ি যোৱাৰ সংকল্পৰে আজি জাগীৰোডত সংবাদ মাধ্যমৰ আগত উদাক্ত কণ্ঠৰে ঘোষণা কৰে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

বিদায়ী আছু নেতাগৰাকীয়ে লগতে কয় যে, সমগ্ৰ সংগ্ৰাম খনতে এগৰাকী যোদ্ধা হিছাপে আগবাঢ়ি যোৱাৰ উপৰি আপোচবিহীন অসমীয়া জাতীয় জীৱনত স্বাভাবিমানী সত্তাৰ আদৰ্শৰে পৰিপুষ্ট হৈ সেই অংগীকাৰ আৰু সংকল্প লৈ এখন বৰ অসম গঢ়িব বিছাৰিছো।

এই সংগ্ৰামৰ পথ বৰ মশৃন নহয় যদিও ইমান কঠিনো ন’হয় বুলি দোহাৰি প্ৰাক্তন ছাত্ৰ নেতগৰাকীয়ে গণ জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখনত সকলোকে একত্ৰিত হৈ সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পোৱা শক্তিক ওফৰাই জাতীয়তাবাদী সত্তাক আগুৱাই নিবলৈ আহ্বান জনায়।

মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰাক্তন আছুৰ সম্পাদকগৰাকীৰ বিৰোদ্ধে কৰা কটু মন্তব্যৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আছু নেতাগৰাকীয়ে কয় যে জাতীয়তাবোধ নথকা ব্যক্তিয়েহে তেনে তুলুঙা মন্তব্য দিয়ে জাগীৰোড সমষ্টিৰ পৰা আগন্তুক সময়ত কোন জয়ী হয় সেয়া জাগীৰোড সমষ্টিবাসীয়েহে ঠিৰাং কৰিব।

উল্লেখ যোগ্য যে, আছুৰ প্ৰাক্তন সাধাৰণ সমম্পাদক লুৰীণজ্যোতি গগৈক আজি জাগীৰোড অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও জিলা ছাত্ৰ সন্থাই জাগীৰোডত বিদায় সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত জাগীৰোড, জাগীভকতগাঁও আঞ্চলিকৰ ভালেসংখ্যক আছু নেতা কৰ্মী উপস্থিত থাকে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd