• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা-বিৰোধী আন্দোলনৰ সময়ত চাচনীৰ ধান বিক্ৰী কৰি ৰাইজে দিয়া ধন আছুক অৰ্পণ কৰিলে লুৰীণে

বিদায়ী বেলাত ৰাইজৰ উপহাৰ আছুৰ সভাপতি-সম্পাদকৰ হাতত দি গ’ল লুৰীণে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 3, 2020 8:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কা বিৰোধী আন্দোলনৰ আৱেগিক মুহূৰ্তত উচ্চতম ন্যায়ালয়ত আইনী যুঁজ দিবৰ বাবে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ হাতত নাহৰকটীয়াৰ চাচনীৰ জনসাধাৰণে ধান বেছি দিয়া ধন তথা অন্যান্য লোকৰ আৰ্থিক সাহায্য নতুনকৈ দায়িত্ব লোৱা সভাপতি-সম্পাদকৰ হাতত তুলি দিয়ে।

মুঠ ৫,৫১,১৫২ টকা আছুৰ সভাপতি দীপাংক নাখ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত তুলি দিয়ে লুৰীণজ্যোতিয়ে।

Apply Now

তেওঁ লগতে কোনে কিমান ধনৰাশি দিছিল তাৰো এক হিচাপ দাঙি ধৰে।

চাঁচনীৰ ধানৰ ৰাহি ধন: ২,৩০,০০০/-,

তালাপ মহিলা সমিতি: ১০,৫০০/-

ডাঙৰী মিৰিপথাৰবাসী: ১৮,০০/-

চিৰাজুলি, ঢেকিয়াজুলি: ২১,১০০/-

তালাপ বাকৰিতলি গাঁও: ১৫০০/-

বৃহত্তৰ কলিয়াপানী আঞ্চলিক যুৱ সমাজ: ২১,০০০/-

সংগ্ৰাম সজাগতা সচেতন মহিলা, কোঁৱৰবাম, কাকজান হাবি আৰু কমাৰগাঁও: ১০,০০১/-

গোলাঘাট মাৰোৱাৰী সমাজ: ১,০০০০০/-

ডিব্ৰুগড় লেঙেৰীৰ চাউলৰ ধন: ৮১,১৪০/-

টিংখং: ৪৪,২১০/-

চিলাপথাৰ বামগাঁৱৰ মহিলা সমাজ: ৩০,০০০/-

ইপিনে, ৰাইজে আগবঢ়োৱা এই ধনৰাশিত মানুহৰ জাতিপ্ৰেম জৰিত হৈ আছে বুলি লুৰীণে উল্লেখ কৰে।

তেওঁ আৰু কয় ‘এই ধনত সংগ্ৰামী লোকৰ হাতৰ পৰশ আছে। জাতিক নেতৃত্ব দিয়াৰ আশা আছে আৰু জাতিক জীয়াই ৰখাৰ সপোনো ইয়াত জৰিত হৈ আছে।কা-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া হিচাপে সদৌ অসম ছাত্ৰ সন্থাকে সেইসকল ৰাইজে শেষ আশা হিচাপে লৈছিল।‘

উল্লেখযোগ্য যে, কা-বিৰোধী আন্দোলন কিছু স্তিমিত হোৱাৰ সময়তে বিশেষকৈ বিজেপিৰ আই.টি চেলৰ সদস্য আৰু অন্যান্য হিন্দুত্ববাদী সংগঠনৰ নেতা-কৰ্মীয়ে এই ধান-চাউল বিক্ৰী কৰি লাভ কৰা ধনৰাশি আছুৰ নেতৃত্বই কি কৰিলে বুলি প্ৰশ্ন কৰাৰ লগতে ছ’চিয়েল মেডিয়াত সমালোচনা কৰি তেওঁলোকে নিজৰ ব্যক্তিগত কামত সেই ধনৰাশি ব্যৱহাৰ কৰা বুলি কৈছিল।

তাৰ পাছতে এক প্ৰত্যুত্তৰ দি এই ধনৰাশিৰ হিচাপ দাঙি ধৰে লুৰিণজ্যোতিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd