Author: এন ই নাও নিউজ
অসমত ১৭৩৫ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.০৪%
১৭৩৫গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.০৪ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩৪,৩৭৬টা ক’ভিড টেষ্টত এইসকল…
অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২২১লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২২১লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে— কামৰূপৰ মীৰা…
তিনিচুকীয়া জিলাৰ পৰ্যটনস্থল সামৰি জিলা সাংবাদিক সন্থাই প্ৰকাশ কৰিব গ্ৰন্থ
তিনিচুকীয়া জিলা সাংবাদিক সন্থাই জিলাখনৰ পৰ্যটনৰ সকলো দিশ সামৰি পৰ্যটকৰ সহায়ক হোৱাকৈ ৰঙীন ফটো আৰু তথ্য সম্বলিত এখন গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলাইছে।…
অসমত ৬০ হাজাৰৰ সীমা অতিক্ৰম ক’ভিড আৰোগ্যৰ, নতুনকৈ মুক্ত ২০৫৪
ক’ভিড১৯ আৰোগ্য লোকৰ সংখ্যাই অসমত বুধবাৰে ৬০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। অসমত এতিয়ালৈকে ৬০,৩৪৮গৰাকী ব্যক্তিয়ে ক’ভিডৰ আৰোগ্য লাভ কৰিছে। বুধবাৰে চিকিৎসালয় এৰিছে…
অসমত ২১১৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.২৩%
২১১৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৫.২৩ শতাংশ। যোৱা ২৪ ঘণ্টাত ৪০,৩৮৯টা টেষ্টত এইসকল ব্যক্তিক…
অসমত আৰু দহ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি
আৰু দহগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২১৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা ৰোগীকেইগৰাকী হৈছে—ডিব্ৰুগড়ৰ সুভাষ ঘোষ…
অৰ্জুন বঁটালৈ মনোনয়ন: লাভলিনা, মীৰাবাই চানুলৈ অভিনন্দন নৰ্থইষ্ট ইউনাইটেড এফচিৰ
নৰ্থইষ্ট ইউনাইটেড এফচিয়ে এই বছৰৰ অৰ্জুন বঁটাৰ বাবে মনোনয়ন লাভ কৰা অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই আৰু মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুলৈ অভিনন্দন জ্ঞাপন…
চিৰাঙত মাটিত পুতি ৰখা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ
চিৰাং আৰক্ষীয়ে মঙলবাৰে জিলাখনৰ খাগ্ৰাবাৰী অঞ্চলত লুকাই থোৱা অৱস্থাত এক অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিছে। চোৰাংচোৱা খবৰৰ ভিত্তিত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (হেড্কুৱাৰ্টাৰ)ৰ নেতৃত্বত…
খেলো ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে শিৱসাগৰত আবেদন আহ্বান
ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰালয়ে দেশৰ বিভিন্ন প্ৰান্তত ক্ৰীড়াৰ উন্নয়নৰ বাবে “খেলো ইণ্ডিয়াৰ”ৰ অধীনত বিভিন্ন ক্ৰীড়াৰ ওপৰত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে…
অসমত ১৯২৯ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২১,৪৬৮
১৯২৯গৰাকী ব্যক্তিয়ে অসমত দেওবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে। এইসকল ব্যক্তিক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৫৫,২১৫লৈ…