Tag: COVID-19
নাইৰোবিত কৰ’না আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অসমীয়া উদ্যোগী কুলদা কলিতাই
কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসা চলি থকাৰ মাজতে অসম সন্তান কুলদা কলিতাই সুদুৰ কেনিয়াৰ নাইৰোবিত মৃতুক সাৱটিব লগা হ’ল। যোৱা ২৩ জুনৰ পৰা…
ৰাজ্যত কৰ’নাত আক্ৰান্ত বিজেপিৰ তৃতীয়জন বিধায়ক
ৰাজ্যত মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে বিজেপিৰ তৃতীয়জন বিধায়ক। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া আক্ৰান্ত হৈছে কোভিড-১৯ পজিটিভত। বিজেপিৰ এক উচ্চস্তৰীয় সূত্ৰই…
অমানবীয়: জে চি বিৰে সমাধিত পেলাই দিয়া হ’ল কৰ’না আক্ৰান্তৰ মৃতদেহ
বিশ্বজুৰি কৰ’নাৰ সংহাৰ অব্যাহত আছে। বৰ্তমান কৰ’না আক্ৰান্তৰ সংখ্যাৰ দিশেৰে বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত। বিভিন্ন ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না…
ৰাজ্যত নতুনকৈ ৯৩৬গৰাকী কোভিড-১৯ পজিটিভ; অকল গুৱাহাটীতে আক্ৰান্ত ৫২১গৰাকী
ৰাজ্যখনত শুকুৰবাৰে নতুনকৈ আৰু ৯৩৬গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত অকল গুৱাহাটীতে ৫২১গৰাকী লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ কোভিড-১৯…
এছ বি আই শাখাকে ধৰি দুটা পথ কণ্টেইনমেণ্ট জ’ন ঘোষণা শিৱসাগৰ চহৰত
শিৱসাগৰ জিলা প্ৰশাসনে চহৰৰ এছ বি আই শাখাকে ধৰি জে. পি. আগৰৱালা পথ আৰু এল. কে. বি. ৰ’ডক শুকুৰবাৰে কন্টেইনমেন্ট জ’ন ঘোষণা…
অসমত নতুনকৈ ক’ভিড মুক্ত ৭০১, মুঠ আৰোগ্য ৯৮৪৮
৭০১গৰাকী ব্যক্তিয়ে অসমত শুকুৰবাৰে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। আৰোগ্য সমূহ ব্যক্তিকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে…
ৰঞ্জন দৈমাৰী ক’ভিড পজিটিভ
এন ডি এফ বিৰ প্ৰাক্তন মুৰব্বী ৰঞ্জন দৈমাৰী শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ৪ জুলাইত তেওঁ স্বাব নমুনা সংগ্ৰহ কৰা হৈছিল।…
বোকাখাতৰ কৰ’নাৰ আতংক, ফাৰ্মাচিৰ গ্ৰাহক কোভিড পজিটিভ
জ্বৰ-কাঁহ হোৱাৰ বাবে বোকাখাতৰ এখন ফাৰ্মাচিৰ চেম্বাৰৰ এজন চিকিৎসকৰ কাষত চিকিৎসা গ্ৰহণ কৰা এজন লোকৰ শৰীৰত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পাচত সম্প্ৰতি…
ক’ভিড-১৯: প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ হাবিলদাৰ হৰেশ্বৰ নাথে
অসম আৰক্ষীৰ হাবিলদাৰ হৰেশ্বৰ নাথ ক’ভিড-১৯ আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যুমুখত পৰিছে। ১৬ আই আৰ বি এনৰ হাবিলদাৰ নাথ যোৱা ৭ জুলাইত ক’ভিড…
আজিৰ দিনটোত একেলগে ৪ গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু
আজিৰ দিনটোত ৪ গৰাকী লোক কোভিড-১৯ পজিটিভিত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে। GMCH ৰ ICU ত মৃত্যু হৈছে ক্ৰমে ৰাখাল দেব (৪২),…