DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰমিকক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে মধ্যপ্ৰদেশত শ্ৰম সিদ্ধি অভিযান মুকলি মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 1:29 pm
Former Chief minister of Madhya Pradesh Shivraj Singh Chouhan addressing media peoples during his 2days Guwahati visit at BJP Party office ,Guwahati on 02-08-19.pix by ub photos

শিৱৰাজ সিং চৌহান

13.9k
VIEWS
Share on FacebookShare on Twitter

শ্ৰমিক সকলক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে শুকুৰবাৰে শ্ৰম সিদ্ধি অভিযান মুকলি কৰে।

শ্ৰম সিদ্ধি অভিযানৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়তত থকা শ্ৰমিক সকলৰ ঘৰে ঘৰে গৈ কৰা সমীক্ষাৰ অন্তত শ্ৰমিক সকলক কৰ্মসংস্থাপন দিয়া হ’ব।

প্ৰশিক্ষণহীন শ্ৰমিক সকলক এমজিএনৰেগাৰ অধীনত কৰ্মসংস্থাপন দিয়াৰ বিপৰীতে প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক সকলক তেওঁলোকৰ যোগ্যতা অনুসৰি অন্যান্য কামত নিয়োগ কৰা হ’ব।

শ্ৰম সিদ্ধি অভিযান মুকলি কৰি মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অভিযানৰ ফলত শ্ৰমিক সকল লাভৱান হ’ব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ল’কডাউনৰ ফলত বিভিন্ন ৰাজ্যত কৰ্মৰত বহু সংখ্যক শ্ৰমিক মধ্যপ্ৰদেশৰ নিজৰ ঘৰলৈ উভতি আহিছে।

মূলত বিভিন্ন ৰাজ্যৰ পৰা উভতি অহা শ্ৰমিক সকলক আৰু ৰাজ্যত থকা নিবনুৱা সকলক সকাহ দিয়াৰ উদ্দেশ্যেই মধ্যপ্ৰদেশ চৰকাৰে এই আঁচনি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd