• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবিশ্বাস্য! জব্দ কৰা ৬০ বটল সুৰা খাই পেলালে এন্দুৰে; অপৰাধীক গ্ৰেপ্তাৰো কৰিলে আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2023 11:06 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থানাত থকা জব্দ কৰা সুৰা খাই সাং কৰাৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে অভিযুক্ত মানুহ নহয়, আৰক্ষীয়ে নিজেই এন্দুৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে। কেৱল সেয়াই নহয়, এই অপৰাধৰ বাবে আৰক্ষীয়ে এটা এন্দুৰক গ্ৰেপ্তাৰো কৰে। এনে এক আজৱ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত।

গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে এন্দুৰটোক আদালতত হাজিৰ কৰায়। আৰক্ষীৰ এনে এক গোচৰত ন্যায়াধীশৰ পৰা আৰম্ভ কৰি সকলোৱে স্বাভাৱিকতে স্তম্ভিত হৈ পৰে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ৰাজ্যখনত তোলপাৰ লাগে।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা জিলাত। এখন থানাৰ আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ সুৰা। তাৰ পিছত জব্দ কৰা প্লাষ্টিকৰ বটলত পেক কৰা অবৈধ সুৰাখিনি আৰক্ষী থানাৰ গুদামত ৰখা হৈছিল।

Apply Now

লগতে পঢ়কঃ ৱানখেড়েত মেক্সৱেলৰ অবিশ্বাস্য প্ৰদৰ্শন! কি ক’লে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীৰ ভাৰতীয় পত্নীয়ে?

কিন্তু জব্দ কৰা সুৰাখিনি আদালতত দাখিল কৰাৰ সময় অহাত সমস্যাই দেখা দিলে। আৰক্ষীয়ে কমেও ৬০টা বটল খালী হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। সেয়েহে আৰক্ষীৰ অনুমান, এন্দুৰে সুৰাৰ বটল ফুটা কৰি পেলাইছিল। সেইবাবেই বটলবোৰ খালী হৈ আছিল।

আৰক্ষীৰ মতে, জব্দ কৰা সুৰা মজুত থকা অট্টালিকাটো অতি পুৰণি। তাত এন্দুৰৰ বৰ উৎপাত। ইয়াৰ পূৰ্বে এন্দুৰে থানাখনৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ধ্বংস কৰিছিল। তেওঁলোকৰ যুক্তিৰ সমৰ্থনত আৰক্ষীয়ে এটা এন্দুৰ ধৰিছে। আৰক্ষীয়ে আদালতত প্ৰমাণ হিচাপে দাখিল কৰে এন্দুৰটোক। অৱশ্যে সুৰা পাৰ্টিত কিমান এন্দুৰ জড়িত আছিল সেয়া আৰক্ষীয়ে এতিয়াও নিশ্চিত কৰিব পৰা নাই।

বাতৰি মতে, যিটো গোচৰত সুৰাৰ বটলসমূহ জব্দ কৰা হৈছে, সেই গোচৰৰ বিচাৰ এতিয়া আদালতত চলি আছে। জব্দ কৰা সুৰাখিনি আদালতত দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। কিন্তু, সুৰাৰ অভাৱৰ বাবেই আৰক্ষীয়ে এনে যুক্তি উত্থাপন কৰিছে। সেই ক্ষেত্ৰত আৰক্ষীয়ে সুৰাখিনি খাই পেলোৱা নাইতো? বহুতে সেই প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়কঃবন্ধুৱে জন্মদিনত দিলে গ্ৰেনেড ‘উপহাৰ’, বিস্ফোৰণত প্ৰাণ গ’ল ইউক্ৰেইনৰ কমাণ্ডাৰ ইন চীফৰ

উল্লেখ্য যে এন্দুৰৰ বিৰুদ্ধে থানাত সুৰা সেৱনৰ অভিযোগ এয়াই প্ৰথম নহয় বুলি দাবী কৰে আৰক্ষীয়ে। অৱশ্যে এই যুক্তি আৰক্ষীয়ে জিলা আদালতত দাখিল কৰাৰ সময়ত ন্যায়াধীশৰ পৰা আৰম্ভ কৰি অধিবক্তা আৰু অন্যান্য আদালতৰ কৰ্মচাৰীয়ে  হাঁহি ধৰি ৰখাব পৰা নাছিল।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ২০১৮ চনত উত্তৰ প্ৰদেশৰ বাৰেলী কেণ্টনমেণ্ট থানাৰ গুদামত ৰখা ১০০০ লিটাৰতকৈ অধিক জব্দ সুৰা উধাও হৈছিল। সেই গোচৰত স্থানীয় থানাৰ আৰক্ষীয়ে এন্দুৰকে সুৰা সেৱনৰ বাবে দোষাৰোপ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd