• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুম্ভমেলা বিশেষ ট্ৰেইনলৈ লক্ষ্য কৰি ইটা-শিলেৰে আক্ৰমণ! ভাঙিল দুৱাৰ-খিৰিকী, আতংকিত যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা কুম্ভমেলা বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে ৰে’লৱেই। একেদৰে উত্তৰ প্ৰদেশৰ ঝান্সীৰ পৰা প্ৰয়াগৰাজলৈ তীৰ্থযাত্ৰীৰ বাবে কুম্ভমেলাৰ বিশেষ ৰে’ল চলি আছে। শনিবাৰে ৰে’লখনত এদল যাত্ৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ঝান্সীৰ পৰা প্ৰয়াগৰাজলৈ তীৰ্থযাত্ৰী কঢ়িয়াই আনিছিল ৰে’লখনে। কিন্তু ৰেলখন হৰালপুৰ ষ্টেচন পোৱাৰ লগে লগে ইয়াৰ ওপৰত শিল দলিয়াবলৈ ধৰিলে, ইটোৰ পাছত সিটোকৈ পৰিল। ৰেল আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে শিলৰ খুন্দাত কেইবাটাও কোঠাৰ কাঁচৰ খিৰিকী আৰু দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

জানিব পৰা মতে, হৰালপুৰ ষ্টেচনত বহু সংখ্যক তীৰ্থযাত্ৰী ৰৈ আছিল। ঝাঁচীৰ পৰা এই ষ্টেচনলৈ যাবলৈ দুঘণ্টা সময় লাগে। ৰেলখন ষ্টেচনত প্ৰৱেশ কৰাৰ পাছত ৰৈ থকা যাত্ৰীসকলে উঠাব নোৱাৰাত উত্তপ্ত হৈ পৰে। তেওঁলোকে অভিযোগ কৰে যে ৰে’লখনৰ সকলো ডবাত ভিতৰৰ পৰা তলা লগোৱা হৈছে। বহু সময় অপেক্ষা কৰি বহু সংখ্যক তীৰ্থযাত্ৰী উত্তেজিত হৈ ৰেলত উঠিব নোৱাৰিলে। অভিযোগ অনুসৰি, ইয়াৰ পাছতে ক্ষুব্ধ যাত্ৰীসকলে ইটা, শিল, লাঠিৰে ৰে’লখনক আক্ৰমণ কৰে। এই ঘটনাই ৰেলৰ ভিতৰত থকা যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰে। মহিলা আৰু শিশুৱে ভয়তে কান্দি থাকিল।

হৰালপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পক শৰ্মাই কয় যে কুম্ভ স্পেচিয়েল ৰে’লখন হৰালপুৰ পোৱাৰ লগে লগে পুৱা প্ৰায় ২ বজাত এই আক্ৰমণ সংঘটিত হয়। ৰেলৱেৰ মুখপাত্ৰ মনোজ সিঙে কয় যে প্ৰয়াগৰাজলৈ যাবলৈ বহু তীৰ্থযাত্ৰী হৰালপুৰত অপেক্ষা কৰি আছিল। ৰেলৰ দুৱাৰ বন্ধ হোৱাৰ বাবে তীৰ্থযাত্ৰীসকল অগ্নিশৰ্মা হৈ পৰিল। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ আগতেই এটা বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁৰ ভাষাত, “যাত্ৰীসকলক এনে কাণ্ডৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিছো।কুম্ভ মেলালৈ যাবলৈ আমি বিশেষ ৰেল চলাই আছো। তীৰ্থযাত্ৰীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। ”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd