• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুপ্তহত্যাৰ তদন্তৰ বাবে গঠিত কে এন শইকীয়া আয়োগ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি প্ৰফুল্ল কুমাৰ মহন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2018 10:17 pm
PrafullaMahanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুপ্তহত্যাৰ তদন্ত কৰিবলৈ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত গঠিত ন্যায়াধীশ কে এন শইকীয়া আয়োগ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মহন্তই কয়, “কিছুমান ৰাজনৈতিক দলৰ ই এটা দীঘলীয়া ষড়যন্ত্ৰ আছিল। আমি তাৰ বিৰুদ্ধে ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিলো। ন্যায়ালয়ে এটা ৰায় দিছে।”

Apply Now

উল্লেখ্য যে, গুপ্তহত্যাৰ তদন্ত কৰিবলৈ গঠন কৰা ন্যায়াধীশ কে এন শইকীয়াৰ নেতৃত্ব গঠন কৰা সমিতিখনৰ গঠন প্ৰক্ৰিয়া অসাংবিধানিক বুলি ৰায় দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০০৮ চনতে আয়োগখনৰ বিৰু্দ্ধে গোচৰ তৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই। মহন্তৰ গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ আদালতে ৩ আগষ্টত এই ৰায় দিয়ে।

ইপিনে, ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই অগপৰ একাংশ নেতাক উৎফুল্ল হোৱা দেখা গ’ল। কিয়নো, বিগত সময়ছোৱাত গুপ্তহত্যাৰ বিষয়টোৱে অগপক প্ৰায়ে অস্বস্তিত পেলাইছিল। কেৱল অস্বস্তিয়েই নহয়, দলটোৰ ৰাজনৈতিক অৱস্থাক নিশকতীয়া কৰি আহিছিল। আনকি, কংগ্ৰেছে বাৰে বাৰে এই বিষয়টোক এক নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি অহা দেখা গৈছিল।

এই সন্দৰ্ভত দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই কয়, “ই আমাৰ দলটোৰ বাবে এটা ডাঙৰ ষড়যন্ত্ৰ আছিল। কিন্তু মাননীয় উচ্চ ন্যায়ালয়ে এই ৰায়দানৰ জৰিয়তে অসম গণ পৰিষদ দলক এটা মান্যতা প্ৰদান কৰিলে। লগতে এই প্ৰক্ৰিয়াটো যে ষড়যন্তমূলক আছিল সেই কথাটো প্ৰমাণ কৰি দিলে।”

তেওঁ লগতে কয় যে সেই সময়ত উগ্ৰপন্থীয়ে বহু হত্যালীলা চলাইছিল কিন্তু তাত চৰকাৰৰ হাত থকা কথাটো অস্বাভাৱিক।

“অগপৰ দিনত যেনেকৈ উগ্ৰপন্থীৰ দ্বাৰা হত্যা-হিংসা হৈছিল তেনেকৈ তৰুণ গগৈৰ দিনতো বহুত হত্যা-হিংসা হৈছিল”, কলিতাই কয়।

ন্যায়ালয়ৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়, “কে এন শইকীয়াৰ নেতৃত্বত গঠিত আয়োগখনে যি প্ৰতিবেদন দাখিল কৰিছিল সেয়া যিহেতু উচ্চ ন্যায়ালয়ে নাকচ কৰিলে, ই আমাৰ দলৰ বাবে এটা সু খৱৰ।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd