• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্য্যনিৰ্বাহক বৈঠক আধাতে এৰা মহন্তই ক’লে, “অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব”

“মিত্ৰতা ভুল নে শুদ্ধ দলৰ মজিয়াতহে আলোচনা কৰিম, সংবাদ মাধ্যমৰ আগত নকওঁ”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2019 4:30 pm
দলৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকত মহন্ত। ১৪ মে'ত।

দলৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকত মহন্ত। ১৪ মে'ত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপৰ মুখ্য কাৰ্য্যালয়ত চলি থকা বৰ্ধিত কাৰ্য্যনিৰ্বাহক আজি উপস্থিত হয় কালি বিধায়িনী দলৰ বৈঠকত অনুপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত।

দুঘণ্টা ধৰি কাৰ্য্যনিৰ্বাহক চলাৰ পিছত ভোজন বিৰতিৰ সময়ত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মহন্তই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাটো দলৰ সিদ্ধান্ত আছিল, অকল অসম আন্দোলন সংগ্ৰামী মঞ্চৰ নহয়।

Apply Now

লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰ স্পষ্ট বিৰোধিতা কৰি অহা মহন্তই আজি বিষয়টোত সংবাদ মাধ্যমত মুকলিকৈ মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি কয়, “মিত্ৰতা ভুল নে শুদ্ধ দলৰ মজিয়াতহে আলোচনা কৰিম, সংবাদ মাধ্যমৰ আগত নকওঁ”।

আনহাতে কংগ্রেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত মহন্তই কয় “অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব। অনুশাসন ভংগ কৰা হেঁতেন মিডিয়াত ওলাল হেঁতেন।”

মহন্তই জনোৱা মতে, আজি কাৰ্য্যনিৰ্বাহকত লোকসভাৰ নিৰ্বাচনক লৈ পৰ্যালোচনা চলিছিল। “ফলাফল ঘোষণাৰ পাছতো পৰ্যালোচনা হ’ব”, জনালে মহন্তই।

আজিৰ কাৰ্য্যনিৰ্বাহকত অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভুষণ চৌধুৰী, সত্যব্ৰত কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মনোজ শইকীয়াকে ধৰি অন্য নেতা সকল উপস্থিত আছে। প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকাও উপস্থিত আছিল।

উল্লেখ্য যে, কালিৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত অগপ দলৰ মাজত কোনো অন্তৰ্কন্দল  নাই বুলি মন্তব্য কৰিছিল বিধায়ক সত্যব্ৰত কলিতাই।

কাইলৈ দলটোৰ সাধাৰণ পৰিষদৰ সভা আছে।

দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা বৰ্ধিত কাৰ্য্যনিৰ্বাহক এতিয়াও চলি আছে আৰু অন্ত পৰোঁতে সন্ধিয়া হোৱাৰ সম্ভাৱনা আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd