• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মহাত্মা গান্ধী যিকোনো আনুষ্ঠানিক স্বীকৃতিৰ ঊৰ্ধ্বত”, ভাৰত ৰত্নৰ দাবী নাকচ কৰি উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2020 8:42 am
Mahatma-Gandhi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাত্মা গান্ধীক ভাৰত ৰত্ন দিবলৈ দাবী জনাই দাখিল কৰা এখন আৱেদন নাকচ কৰি ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে কৈছে যে জাতিৰ পিতাজন আনুষ্ঠানিক স্বীকৃতিৰ ঊৰ্ধ্বত আৰু তেওঁক মানুহে অতি সন্মান দিয়ে।

অনিল দত্ত শৰ্মা নামৰ এজন লোকে গান্ধীক ভাৰত ৰত্ন দিব লাগে বুলি দেশৰ শীৰ্ষ ন্যায়ালয়খনত আৱেদন দাখিল কৰিছিল।

Apply Now

মুখ্য ন্যায়াধীশ এ বোবডে আৰু ন্যায়াধীশ বি আৰ গভাই আৰু সূৰ্য্যকান্তেৰে গঠিত এখন বিচাৰপীঠে ইয়াৰ শুনানি লৈ কয়, “মহাত্মা গান্ধী জাতিৰ পিতা আৰু মানুহে তেওঁক অতি সন্মান দিয়ে, যিটো যিকোনো আনুষ্ঠানিক স্বীকৃতিৰ ঊৰ্ধ্বত”।

শৰ্মাই তেওঁৰ আৱেদনখনত গান্ধীক তেওঁ দেশৰ বাবে আগ বঢ়োৱা অৱদানৰ বাবে এই সন্মানৰ জৰিয়তে আনুষ্ঠানিক স্বীকৃতি দিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ ন্যায়ালয়ক অনুৰোধ জনাইছিল।

অৱশ্যে পীঠখনে আৱেদনকাৰীৰ অনুভূতিৰ সৈতে সহমত প্ৰকাশ কৰে আৰু তেওঁক ভাৰত চৰকাৰক এখন স্মাৰকপত্ৰ দিয়াহে উপযুক্ত পদক্ষেপ হ’ব বুলি কয়। কিন্তু বিচাৰপীঠখনে চৰকাৰক তেনে নিৰ্দেশ দিয়াটো এটা বিচাৰযোগ্য বিষয় (justiciable issue) নহয় বুলি কয়।

উল্লেখ কৰিব পাৰি যে অহিংসা আন্দোলনেৰে ভাৰতক দমনীয় ব্ৰিটিছৰ পৰা স্বাধীন কৰাত মুখ্য ভূমিকা লোৱা মহাত্মা গান্ধীক কোনো বিশেষ আনুষ্ঠানিক স্বীকৃতি দিয়া নাই যদিও জাতিৰ পিতা হিচাপে গোটেই দেশে তেওঁক উচ্চ সন্মান জনাই আহিছে।

গান্ধীৰ এই বিস্ময়কৰ দৃষ্টান্তৰ পিছত অহিংসা আন্দোলন নিপীড়িত মানুহৰ অধিকাৰ সাব্যস্তৰ এটা শক্তিশালী পথ হিচাপে বিশ্বজুৰি প্ৰতিষ্ঠা হৈছিল।

ভাৰত স্বাধীন হোৱাৰ পিছতে গান্ধীক হিন্দুত্ববাদী নেতা, যিজন আৰ এছ এছৰ সদস্য আছিল বুলি কোৱা হয়, নাথুৰাম গডছেই ১৯৪৮ চনৰ ৩০ জানুৱাৰিত গুলীয়াই হত্যা কৰে।

অহিংসা নীতিক নতুন মাত্ৰাৰে প্ৰতিষ্ঠা কৰা বাবে মহাত্মা গান্ধী ৫বাৰকৈ শান্তিৰ নোবেল পুৰস্কাৰৰ বাবে মনোনয়ন লাভ কৰিছিল।

১৯৩৭ আৰু ১৯৪৭ চনত চূড়ান্ত তালিকাতো অন্তৰ্ভুক্ত হৈছিল যদিও তেওঁক সেই পুৰস্কাৰ দিয়া নহ’ল, যিটোৰ বাবে পিছত নোবেল কমিটীয়ে ৰাজহুৱাকৈ খেদ প্ৰকাশ কৰি নিজৰ ভুল স্বীকাৰ কৰে।

ভাৰত চৰকাৰে জাতিৰ পিতাজনৰ নামত বছৰি “গান্ধী শান্তি বঁটা” নামেৰে এটা আন্তঃৰাষ্ট্ৰীয় বঁটা দি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd