• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Maharashtra Election Result LIVE: প্ৰাথমিক গণনাত মহাৰাষ্ট্ৰত আগবাঢ়িছে বিজেপি মিত্ৰজোঁট!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2024 8:57 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাযুটি নে মহা বিকাশ আঘাড়ী – মহাৰাষ্ট্ৰত কোন ‘মহা’ মিত্ৰজোঁটে জিকিব?  কেইঘণ্টামানৰ ভিতৰতে সেই উত্তৰ উপলব্ধ হ’ব। এতিয়া মহাৰাষ্ট্ৰত ভোটগণনা চলি আছে। ৰাজ্যত মুঠ বিধানসভাৰ আসনৰ সংখ্যা ২৮৮খন। আৰু মেজিক নম্বৰটো হৈছে ১৪৫। মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন গণনাৰ আপডেট চাওক।

ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে কোলাবা বিধানসভাৰ বিজেপিৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নৰ্ৱেকাৰে কয়, ‘’মোৰ মতে ১৭৫খন আসনত মহায়ুটি মিত্ৰজোঁটে জয়লাভ কৰিব।‘’ একেবাৰে প্ৰাৰম্ভিক ট্ৰেণ্ডত মহাযুটিয়ে ৫৫খন আসনত আগবাঢ়ি আছে।

Apply Now

এতিয়া ৰাতিপুৱা ৮:৫৫ বাজিছে। প্ৰাথমিক ধাৰাত বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি বৃদ্ধি পাইছে। বৰ্তমান ৫৫খন আসনত আগবাঢ়ি আছে। ৭খন আসনত আগবাঢ়ি কংগ্ৰেছ মিত্ৰজোট। আৰু আন কিছুমানে তিনিখন আসনত আগবাঢ়ি আছে। কিন্তু মনত ৰখা ভাল যে এইটো এটা অতি প্ৰাৰম্ভিক ধাৰা। এই ফলাফল সম্পূৰ্ণৰূপে ওলোটা হ’ব পাৰে। কাৰণ পোষ্টেল বেলটৰ গণনা এতিয়াও চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm
ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

October 30, 2026 5:00 pm
সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm
ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm
ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

October 30, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd