• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেজৰ জিষ্ণু অসমক আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ ভাৰপ্ৰাপ্ত পৰিচালকৰ দায়িত্ব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 20, 2020 12:35 pm

1 min read

WhatsApp-Image-2020-11-13-at-1.46.15-PM-750x375

ফাইল ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ মেজৰ জিষ্ণু অসমক ৱেষ্টাৰ্ণ কামাণ্ডৰ ভাৰপ্ৰাপ্ত পৰিচালক দায়িত্ব অৰ্পণ কৰা হৈছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ উপ সভাপতি আৰু সেনা প্ৰধান লে: জেনেৰেল পৰেশ অসমে এই কথা জানিবলৈ দিছে।

WhatsApp Image 2020-11-20 at 11.59.13 AM

বিবৃতিটোত কোৱা হৈছে যে ‘’সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ অন্তৰ্গত সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)’ সমূহ বিষয়া, সদস্য তথা স্বাধীনতাকামী অসমৰ থলগিৰি ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে আজি ইংৰাজী ২০/১১/২০২০তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৱেষ্টাৰ্ণ কামাণ্ডৰ মেজৰ জিষ্ণু অসম(আৰ্মী নং ১৬৪৭৯)ক ৱেষ্টাৰ্ণ কামাণ্ডৰ ভাৰপ্ৰাপ্ত পৰিচালকৰ দায়িত্ব অৰ্পণ কৰা হ’ল।‘’

 

উল্লেখ যে অলপতে সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ উপ সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে আলফা(স্বা)ৰ উপমুখ্য সেনাধক্ষ্য হিচাপে নিযুক্তি দিয়া হৈছিল আফলা(স্বা)ৰ নেতা মেজৰ জেনেৰেল মাইকেল অসম ওৰফে মাইকেল ডেকাফুকনক।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd