• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলি আঃয়ে লৃগাং উপলক্ষে কাইলৈ মাজুলী জিলা বন্ধ ঘোষণা প্ৰশাসনৰ

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , February 18, 2020 3:49 pm

1 min read

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

আলি আঃয়ে লৃগাঙৰ আলোকচিত্ৰ। ফাইল ফটো।

495
VIEWS
Share on FacebookShare on Twitter

মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ‘আলি আঃয়ে লৃগাং’ উপলক্ষে মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে অহা ১৯ ফেব্ৰুৱাৰি বুধবাৰৰ দিনটো মাজুলী জিলা ‘স্থানীয় বন্ধ’ৰ দিন ঘোষণা কৰিছে।

জিলা দণ্ডাধীশগৰাকীয়ে ১৭ ফেব্ৰুৱাৰিত এই সম্পৰ্কীয় এক আদেশ  জাৰি কৰে।

এই নিৰ্দেশ অনুসৰি অহা ১৯ ফেব্ৰুৱাৰি দিনা মাজুলী জিলাৰ এলেকাধীন সকলো চৰকাৰী কাৰ্য্যালয়, শিক্ষানুষ্ঠান, বেংক, ৰাজ্য চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, নিগম-নিকায় আৰু আদালত বন্ধ থাকিব।

তদুপৰি, ‘এন আই এক্ট-১৮৮১’ৰ অধীনত জিলা দণ্ডাধীশগৰাকীয়ে জাৰি কৰা এই স্থানীয় বন্ধ জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলেও লাভ কৰিব।

উল্লেখযোগ্য যে মিচিং জনগোষ্ঠী প্ৰধান মাজুলীত প্ৰতি বছৰৰ দৰে এই বাৰো জাকজমকতাৰে আলি আঃয়ে লৃগাং উদযাপন কৰিবলৈ লোৱা হৈছে।

আলি আঃয়ে লৃগাঙৰ দিনটো ৰাজ্য চৰকাৰে চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত নকৰাক লৈ মিচিং দল-সংগঠনে যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰি আহিছে।

এই দিনটোত প্ৰশাসনে প্ৰতি বছৰে অঞ্চল বিশেষে স্থানীয় বন্ধ ঘোষণা কৰি আহিছে।

শেহতীয়াকৈ মিচিং জনগোষ্ঠীৰ দল-সংগঠনে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি এই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd