DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাজুলী হত্যাকাণ্ড গোচৰ : এজনক মৃত্যুদণ্ড, ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
March 14, 2020 1:12 pm
মাজুলী হত্যাকাণ্ড গোচৰ : এজনক মৃত্যুদণ্ড, ১১জনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

প্ৰতিনিধিত্বমূলক ছবি

6.9k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে (১৩ মাৰ্চ) যোৰহাটৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে ২০১২ চনৰ মাজুলী হত্যাকাণ্ড গোচৰত ৰাজেন দলে নামৰ এজন ব্যক্তিক মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়াৰ লগতে আন ১১জন ব্যক্তিৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ঘোষণা কৰিছে।

তেওঁলোকৰ বিৰুদ্ধে মাজুলীৰ গড়মুৰ আৰক্ষী থানাৰ অন্তৰ্গত লোহিত চাপৰি গাঁৱৰ ৰাজকুমাৰ দলে, বৰ্ণালী দলে আৰু তেওঁলোকৰ সন্তান জিতু দ’লে নামৰ তিনিজন লোকক হত্যা কৰাৰ অভিযোগ আছে।

উল্লেখযোগ্য যে ২০১২ চনৰ আগষ্টত মাজুলীৰ বৰডুৱা গাঁৱৰ ৰাজেন দলে আৰু আন ১১জন লোকে লগ লাগি ডাইনীৰ সন্দেহত একেটা পৰিয়ালৰ তিনিজন ব্যক্তিক হত্যা কৰিছিল।

যোৱা বৃহস্পতিবাৰে উক্ত ১২জন অভিযুক্তক অতিৰিক্ত সত্ৰ ন্যায়াধীশ পলি কটকীয়ে দোষী ঘোষণা কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৩০২নং ধাৰাৰ অধীনত ৰাজেন দলেৰ বিৰুদ্ধে মৃত্যুৰ ৰায় আৰু অনিল দলে, নিমাই দলে, অতুল দলে, বিশ্ব পাটিৰ, বাকু দলে, বিমাণ পাটিৰ, বামুণ দলে, ৰাজু দলে, লখিন্দ্ৰ পাটিৰ, জান দলে আৰু জন্ম দলেৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ঘোষণা কৰা হয়।

ইয়াৰ উপৰি আটাইকেইজনকে ১০,০০০ টকাৰ জৰিমনা বিহা হয়। আনহাতে উক্ত গোচৰত অভিযুক্ত পুলিন দলে নামৰ এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু হৈছে।

Recent News

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

HSLC result HS result

জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd