• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টানত পৰি বান্দৰ নাচে! ভাৰতৰ সৈতে সংঘাতৰ বাবে ৰাষ্ট্ৰপতিকে অপসাৰণৰ দাবী মালদ্বীপত; চাপত পৰি দিল্লীমুখী মুইজু?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2024 8:36 am
মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু। ফটোঃ সংগ্ৰহীত।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সৈতে সংঘাতৰ মাজতে চীন ভ্ৰমণত গৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু। বেইজিং গৈ উপ স্থিত হৈয়েই তেওঁ চীনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। একে সময়তে দ্বীপ ৰাষ্ট্ৰখনত চীন সমৰ্থক ৰাষ্ট্ৰপতিগৰাকীক অপসাৰণৰ দাবী উঠিছে।

সুখে-দুখে কাষত থকা দীৰ্ঘদিনীয়া বন্ধু ভাৰতৰ সৈতে গঢ়ি উঠা তিক্ত সম্পৰ্কক দেশৰ ৰাজনৈতিক মহলৰ এক বৃহৎ অংশই মানি ল’ব পৰা নাই। এনে পৰিস্থিতিত মালদ্বীপ চৰকাৰে জনাইছে যে মুইজুৱে চীন ভ্ৰমণৰ পিছত মোডীক লগ কৰিবলৈ দিল্লীলৈ যাব।

শেহতীয়া সংঘাতকলৈ মুইজুক অপসাৰণৰ দাবী জনোৱা মালদ্বীপৰ অন্যতম নেতা হৈছে ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদ মহম্মদ আলী। মিখাইল নাছিম নামৰ আন এজন সাংসদেও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বৈদেশিক মন্ত্ৰী মুছা জমিৰৰ বিৰুদ্ধে সংসদত প্ৰশ্ন উত্থাপন কৰে।

Apply Now

লগতে পঢ়কঃ প্ৰসিদ্ধ অসমীয়া সংগীত শিল্পী ভূপেন উজীৰৰ ৮০ বছৰ বয়সত দেহাৱসান

আজিমে দাবী কৰে যে চীন সমৰ্থক মুইজুক ক্ষিপ্ৰতাৰে আঁতৰাবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা উচিত। মালদ্বীপৰ সৰ্ববৃহৎ বিৰোধী দল এমডিপিয়ে মুইজুৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ আহ্বান জনাইছে।

কেইবাজনো বিৰোধী নেতাই ভাৰত-মালদ্বীপৰ দীৰ্ঘদিনীয়া সম্পৰ্কক স্মৰণ কৰে। ভাৰত মালদ্বীপৰ ৯১১ (জৰুৰীকালীন) নম্বৰ বুলি মুইজুক প্রত্যুত্তৰ দিয়ে প্রাক্তন প্রতিৰক্ষা মন্ত্রী আহমেদ দিদীয়ে৷ তেওঁ কয় আমাৰ বাবে ভাৰত প্ৰথম।

ইয়াৰ উপৰিও প্ৰাক্তন মন্ত্ৰী এমডিপি নেতা আহমেদ মাহলুফে কয় যে ভাৰতীয় পৰ্যটকে মালদ্বীপ বৰ্জনৰ ফলত আৰ্থিক প্ৰভাৱৰ ডাঙৰ প্ৰভাৱ পৰিব। তাক লৈ “মই গভীৰভাৱে চিন্তিত।”

লগতে পঢ়কঃঅৰ্থনৈতিক সংকটৰ আগজাননী লৈ আহে এনে ঘটনাই! চাণক্যই দি গৈছে ইংগিত

হয়তো ভাৰতৰ অসন্তুষ্টিৰ আগজাননী লৈ মালদ্বীপ চৰকাৰে চীন ভ্ৰমণৰ পিছত ৰাষ্ট্ৰপতি মুইজুৰ দিল্লী ভ্ৰমণৰ কথা ঘোষণা কৰিছে। দ্বীপ ৰাষ্ট্ৰখনৰ এজন চৰকাৰী বিষয়াই দাবী কৰিছে যে মুইজুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি কেইবাটাও দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিব। চীনৰ পৰা উভতি অহাৰ পিছত ভাৰতলৈ যাত্ৰা কৰিব মুইজুৱে। অৱশ্যে ভাৰত-মালদ্বীপ-চীনৰ মাজত উত্তেজনা এতিয়াও অব্যাহত আছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd