• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

তাতেই ঘটিল অঘটনটো। পৰীক্ষা হলটোত আছিল প্ৰায় ৫০০ গৰাকী ছাত্ৰী। মনিষৰ শংকৰৰ বাহিৰে পৰীক্ষা হলটোত নাছিল আন কোনো ছাত্ৰ। যাৰ বাবে ইমানবোৰ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি পৰীক্ষা হলতে মুছকচ খাই পৰিল ছাত্ৰগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 2:11 pm
156
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ নালন্দা জিলাৰ ঘটনা এয়া। শ শ ছোৱালীৰ মাজত নিজক অকলে দেখা পায় পৰীক্ষা কেন্দ্ৰত অচেতন হৈ পৰিল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ।

এইদৰে অচেতন হৈ পৰা ছাত্ৰ গৰাকীৰ নাম মনিষ শংকৰ প্ৰসাদ। ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ এই ছাত্ৰজনে বুধবাৰে গণিতৰ পৰীক্ষা দিবলৈ গৈছিল ব্ৰিলিয়েন্ট কনভেন্ট স্কুল নামৰ বিদ্যালয়খনলৈ।

কিন্তু তাতেই ঘটিল অঘটনটো। পৰীক্ষা হলটোত আছিল প্ৰায় ৫০০ গৰাকী ছাত্ৰী। মনিষৰ শংকৰৰ বাহিৰে পৰীক্ষা হলটোত নাছিল আন কোনো ছাত্ৰ। যাৰ বাবে ইমানবোৰ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি পৰীক্ষা হলতে মুছকচ খাই পৰিল ছাত্ৰগৰাকী।

অৱশ্যে বিদ্যালয়ৰ শিক্ষক আৰু প্ৰশাসনৰ সহায়ত ছাত্ৰজনক ততাতৈয়াকৈ সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত কিছু সময় থকাৰ পিছত সজ্ঞান অৱস্থালৈ ঘূৰি আহে ছাত্ৰজন।

জানিব পৰা মতে নালন্দাৰ উক্ত পৰীক্ষা কেন্দ্ৰটো কেৱল ছাত্ৰীৰ বাবে সংৰক্ষিত আছিল। তেনে অৱস্থাত শিক্ষা বিভাগে কিয় তাত এজন ছাত্ৰক তাত পৰীক্ষা দিবলৈ দিলে সেই প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰজনৰ পেহীয়েক আৰু পিতৃয়ে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd