• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ সভাপতি পদৰ প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰিল অশোক গেহলট, দ্বিগবিজয় সিং, নতুনকৈ দৌৰত খাৰ্গে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 30, 2022 7:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘনে পতি সলনি হৈছে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দৃশ্যপট। ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা জ্যেষ্ঠ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে অন্তৱৰ্তী সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছতে মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা গৈছে। কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে তেওঁৰ সহকৰ্মী খাৰ্গে দলৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব বুলি নিশ্চিত কৰিছে।

তেওঁ কয় যে তেওঁ আৰু পি এল পুনিয়াই খাৰ্গেৰ প্ৰাৰ্থিত্বৰ প্ৰস্তাৱক হ’ব । ইপিনে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দিগ্বিজয় সিঙে প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে। লক্ষণীয়ভাৱে খাৰ্গে গান্ধী পৰিয়ালৰ আশীৰ্বাদতসভাপতি নিৰ্বাচনত অৱতীৰ্ণ হ’লে খেল খনেই বেলেগ হৈ পৰিব।

Apply Now

ইপিনে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সভাপতিৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত লৈছে। অনুমান কৰা হৈছে যে সিঙে খাৰ্গেৰ ঠাইত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা হিচাপে স্থান লব পাৰে। গেহলটৰ দৰে ‘এক ব্যক্তি, এটা পদ’ সূত্ৰ খাৰ্গেৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দিগ্বিজয় সিঙে কয় যে তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰিব। তেওঁকয় “যদি মই জানিলোহেঁতেন যে খাৰ্গেই তেওঁৰ মনোনয়ন দাখিল কৰিব, তেন্তে মই মনোনয়ন দাখিল নকৰিলোহেঁতেন,” ইফালে, কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে শুকুৰবাৰে কয় যে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলৰ নেতাসকলৰ মাজত কোনো “প্ৰতিদ্বন্দিতা” নাই আৰু লগতে কয় যে এয়া এটা “বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা”।

উল্লেখ্য কালিয়েই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰিছে যে তেওঁ সভাপতি পদত প্ৰতিদ্বন্দিতা নকৰে। অশোক গেহলটে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিব বুলি কথা ওলোৱাৰ পিছৰে পৰা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ চকী খনলৈ চকু পৰিছিল শচীন পাইলটৰ। ইয়াকেলৈ ৰাজস্থান কংগ্ৰেছত আৰম্ভ হৈছিল বিসম্বাদ। গেহলটৰ সমৰ্থক ৯২ জনকৈ বিধায়কে পদত্যাগ কৰিছিল। তিনিজন বিধায়কক দলেই দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বিত কৰিছিল।

এনে সময়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বৃহস্পতিবাৰে কয় যে তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ মাজতে গেহলটে নতুন দিল্লীত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ সৈতে এখন বৈঠকত মিলিত হয় । ৰাজস্থান কংগ্ৰেছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন আৰু ৰাজ্যখনত তেওঁৰ উত্তৰাধিকাৰী নিযুক্তিক লৈ এক বৃহৎ আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হৈছে। দলৰ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছত গেহলটে সাংবাদিকক কয় যে দেওবাৰে তেওঁক সমৰ্থন কৰা বিধায়কসকলে কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক অমান্য কৰি দলৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ যি পদক্ষেপ লৈছিল তাৰ বাবে তেওঁ ছোনিয়া গান্ধীৰ ওচৰত ক্ষমা বিচাৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd