• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আম্বানীৰ ঘৰৰ বিয়ালৈ মমতা বেনাৰ্জী! তাৰ মাজতে ইণ্ডি এলায়েন্সৰ অংশীদাৰকো সাক্ষাৎ কৰিব ‘দিদি’য়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 8:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তৰ সৈতে ৰাধিকা মাৰ্চেণ্টৰ বিয়া উপলক্ষে মুম্বাইলৈ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। শুকুৰবাৰে বিবাহ উদযাপনত অংশগ্ৰহণ কৰাৰ পূৰ্বে তৃণমূলৰ নেতাগৰাকীয়ে ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ নেতা শৰদ পাৱাৰ, উদ্ধৱ থাকৰে আৰু অখিলেশ যাদৱক সাক্ষাৎ কৰিব। লোকসভা নিৰ্বাচনৰ পাছত বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে মমতাৰ এইখন প্ৰথম বৈঠক হ’ব।

বৃহস্পতিবাৰে কলকাতা বিমানবন্দৰত মমতাই কয় যে, মুকেশজী আৰু নীতাজীয়ে মোক অনন্ত আৰু ৰাধিকাৰ বিয়ালৈ মাতিছে। মোক কেইবাবাৰো যাবলৈ কৈছে। সেইবাবেই মই অনুৰোধটো অগ্ৰাহ্য কৰিব নোৱাৰি বিয়াত উপস্থিত থাকিবলৈ মুম্বাইলৈ গৈছোঁ। কিন্তু তাৰ আগতে উদ্ধৱ থাকৰেক লগ পাম।

মমতাই লগতে কয়, লোকসভা নিৰ্বাচনৰ পিছৰে পৰা তেওঁক লগ পোৱা নাই, ৰাজনৈতিক বিষয়ত কথা পাতিম। উদ্ধৱ থাকৰেৰ বাহিৰেও শৰদ পাৱাৰৰ ঘৰলৈ গৈ তেওঁৰ লগত কথা পাতিম। শুনিছোঁ অখিলেশ যাদৱৰো বিয়াৰ নিমন্ত্ৰণী পত্ৰ আহিছে। তেওঁৰ লগতো কথা পাতিব পাৰি, এতিয়া আমি চাব লাগিব তেওঁৰ ওপৰত অখিলেশ কেতিয়া মুম্বাইত উপস্থিত হয়।

Apply Now

প্ৰসংগক্ৰমে এইবাৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটে অভাৱনীয়ভাৱে ভাল প্ৰদৰ্শন কৰিছে। বিশেষকৈ পশ্চিম বংগৰ তৃণমূল, উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টি, উদ্ধৱ সেনা আৰু মহাৰাষ্ট্ৰৰ শাৰদৰ দল এন চি পি। সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথম পৰ্যায়ত ইণ্ডি ব্লকে বিজেপি আৰু এন ডি এক হেঁচাত পেলাইছিল। সেই প্ৰেক্ষাপটত শুকুৰবাৰে মমতাৰ সৈতে এই নেতাসকলৰ বৈঠকৰ ৰাজনৈতিক গুৰুত্ব আছে।

উল্লেখ্য যে কিছুদিনৰ পাছত সংসদৰ অধিৱেশন আৰম্ভ হ’ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ২৩ জুলাইত লোকসভাত বাজেট প্ৰস্তাৱ দাখিল কৰিব। বহুতে ভাবে যে সেই বাজেট অধিবেশনতো চৰকাৰ বিৰোধী পৰিৱেশ সজীৱ কৰি ৰখাৰ আলোচনা হ’ব পাৰে।

কেৱল উদ্ধৱ, শাৰদ, অখিলেশ, মমতাই এই ভ্ৰমণত হয়তো আন বহু নেতাক লগ পাব পাৰে। ব্যৱসায়িক আলোচনাৰ লগতে সৌজন্যমূলক সাক্ষাতো হ’ব পাৰে। কাৰণ, মমতাৰ বাহিৰেও আন কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীসকলো আম্বানী ঘৰৰ বিয়াত উপস্থিত থাকিব৷ আনকি স্বয়ং ছোনিয়া গান্ধীকে ধৰি গান্ধী পৰিয়ালকো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd