• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ড্ৰাগছৰ গোচৰত সকাহ, ২৪ বছৰৰ মূৰত ভাৰতত ভৰি দিলে অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2024 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী মমতা কুলকাৰ্ণী। ২০০০ কোটি টকাৰ ড্ৰাগছৰ গোচৰত তেওঁৰ নাম জড়িত হৈ পৰিছিল। বহুদিন অনুপস্থিতিৰ অন্তত এইবাৰ মুম্বাইলৈ উভতি আহিছে অভিনেত্ৰীগৰাকী।

‘কৰণ-অৰ্জুন’ৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। ভাৰতলৈ উভতি আহি আপ্লুত অভিনেত্ৰীগৰাকীয়ে নিজৰ অনুভৱ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

Apply Now

ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কোৱা শুনা যায়, ‘’বন্ধুসকল, মই মমতা কুলকাৰ্ণী, মাত্ৰ ভাৰতলৈ উভতি আহিছো, বম্বেত, এতিয়াৰ মুম্বাইত ২৫ বছৰৰ পিছত। মই নষ্টালজিক কাৰণ ২০০০ চনত ভাৰত এৰি ঠিক ২০২৪ চনত উভতি আহিলোঁ। মই আপ্লুত আৰু আৱেগিক হৈ পৰিছো, কেনেকৈ প্ৰকাশ কৰিম নাজানো। বিমানখন অৱতৰণ কৰাৰ আগতে মই বাওঁফালে-সোঁফালে চাইছিলো। ওপৰৰ পৰা প্ৰায় ২৫ বছৰৰ মূৰত মোৰ দেশখন দেখিলোঁ। মই আৱেগিক হৈ পৰিলোঁ, চকুলো ওলাই আহিল। মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে মই বৰ আৱেগিক হৈ পৰিলোঁ।‘’

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! আজি একে শাৰীতে দেখা যাব পৃথিৱী-সূৰ্য্য-আৰু বৃহস্পতি গ্ৰহক

চলিত বৰ্ষৰ আৰম্ভণিতে বম্বে উচ্চ ন্যায়ালয়ে কুলকাৰ্ণীৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰত অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰিছিল। ন্যায়াধীশ ভাৰতী ডাংৰে আৰু ন্যায়াধীশ মঞ্জুছা দেশপাণ্ডেৰ বিভাগীয় বিচাৰপীঠে প্ৰমাণৰ অভাৱত কুলকাৰ্ণীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰে।

২০১৬ চনত থানে আৰক্ষীৰ তদন্তত এটা বিশাল ড্ৰাগছ চক্ৰৰ সন্ধান পোৱা গৈছিল। দুখন গাড়ীৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় ৮০ লাখ টকাৰ ড্ৰাগছ। পিছত জনা যায় যে মমতা কুলকাৰ্ণীৰ স্বামীৰ নাম মহাৰাষ্ট্ৰৰ সেই কাৰখানাটোৰ লগত জড়িত হৈ আছে য’ত এই ড্ৰাগছ প্ৰস্তুত কৰা হয়।

লগতে পঢ়কঃ সকলো সময়তে সন্তানে অভিযোগ কৰে! শিশুক কেনেকৈ নিয়ন্ত্ৰণ কৰিব? জানি লওক সহজ কিটিপ

কোম্পানীটোৰ সঞ্চালক হিচাপে কৰ্মৰত আছিল অভিনেত্ৰীগৰাকী। আৰক্ষীয়ে অভিযোগ কৰিছিল যে ড্ৰাগছ ব্যৱসায়ৰ সৈতে মমতাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। ইয়াৰ পিছত তদন্ত চলি থাকিল, ইটোৰ পিছত সিটো শুনানিৰ পিছত অৱশেষত অভিনেত্ৰীগৰাকীয়ে সকাহ পালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd